| বৰ্ষ
|
ছবি
|
পৰিচালক
|
সংগীত পৰিচালক
|
মুক্তিৰ তাৰিখ
|
টোকা[1]
|
| ১৯৯০ |
উত্তৰকাল |
আব্দুল মজিদ |
তৰুণ শৰ্মা |
|
|
| কনকলতা |
কুন্তলা ডেকা |
অনুপম চৌধুৰী |
|
|
| গ্ৰহণ |
অতুল বৰদলৈ |
বিভূৰঞ্জন চৌধুৰী |
|
|
| যুঁজ |
হেমেন দাস |
খগেন মহন্ত, ৰমেন চৌধুৰী |
|
৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
|
| বনানি |
জাহ্নু বৰুৱা |
সত্য বৰুৱা, প্ৰশান্ত বৰদলৈ |
|
৩৭তম (১৯৯০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰ্যাৱৰণ সংৰক্ষণ/ পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ বঁটা[2]
|
| ধ্ৰুৱতৰা |
দাৰা আহমেদ |
ভূপেন উজীৰ |
|
|
| অভিমান |
মৃদুল গুপ্তা |
প্ৰশান্ত বৰদলৈ |
|
|
| পাহাৰী কন্যা |
মুনীন বৰুৱা |
জে পি দাস |
|
|
| তথাপিও নদী |
হেমন্ত দাস |
তৰুণ দাস |
|
|
| ৰঙা নদী |
ব্ৰজেন বৰা |
যতীন শৰ্মা |
|
|
| ৱশ্ব'বিপো (কাৰ্বি ভাষাত) |
গৌতম বৰা |
শ্বেৰ চৌধুৰী |
|
৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা
|
| ১৯৯১ |
যখিনী |
ভূপেন উজীৰ |
|
|
|
| প্ৰেম জনমে জনমে |
যাদৱ চন্দ্ৰ দাস |
ৰিদীপ দত্ত |
|
|
| সূৰ্য্য তেজৰ অন্য নাম |
দিনেশ গগৈ |
গগণ গগৈ |
|
|
| ফিৰিঙতি |
জাহ্নু বৰুৱা |
সত্য বৰুৱা |
|
৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২য় শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু মলয়া গোস্বামীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা[3]
|
| ১৯৯২ |
সাৰথি |
ভবেন্দ্ৰ নাথ শইকীয়া |
প্ৰভাত শৰ্মা |
|
৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ[3]
|
| প্ৰভাতী পখীৰ গান |
মুনিন বৰুৱা |
জে পি দাস |
|
|
| গৰখীয়া |
হেমেন দাস |
|
|
|
| অগ্নি |
দীনেশ গগৈ |
সৰ্ব বৰবৰা |
|
|
| বংশধৰ |
প্ৰফুল্ল বৰা |
অজিত সিংহ |
|
|
| ৰঙা মদাৰ |
তিমথি হান্সে দাস |
সত্য বৰুৱা |
|
|
| ১৯৯৩ |
ৰেলৰ আলিৰ দুবৰি বন |
পুলক গগৈ |
দশৰথ দাস |
|
৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
|
| আৱৰ্তন |
ভবেন্দ্ৰ নাথ শইকীয়া |
নাৰায়ণ বৰুৱা, দেৱেশ্বৰ শৰ্মা, দিলিপ ৰয় |
|
৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
|
| ৰিক্সাৱালা |
দাৰা আহমেদ |
জয়ন্ত নাথ |
|
|
| সংঘাত সংঘাত সংঘাত |
দীনেশ গগৈ |
|
|
|
| শ্ৰীমান মাইমন |
ব্ৰজেন বৰা |
|
|
|
| প্ৰিয়জন |
ৱাইচ কুৰ্নী বৰা |
|
|
|
| হলধৰ |
সঞ্জীৱ হাজৰিকা |
শ্বেৰ চৌধুৰী |
|
৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা[3]
|
| প্ৰত্যাৱৰ্তন |
ৰঞ্জিত দাস |
শ্বেৰ চৌধুৰী
|
|
|
| অবুজ বেদনা |
গুণসিন্ধু হাজৰিকা |
দিলীপ শৰ্মা |
ডিচেম্বৰ |
[4]
|
| ১৯৯৪ |
অশান্ত প্ৰহৰ |
শিৱপ্ৰসাদ ঠাকুৰ |
ভূপেন হাজৰিকা
|
|
|
| হৃদয়ৰ আঁৰে আঁৰে |
যাদৱ দাস |
দিলু হাজৰিকা
|
|
|
| মীমাংসা |
সঞ্জীৱ হাজৰিকা |
শ্বেৰ চৌধুৰী
|
|
ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবি[5]
|
| অগ্নিগড় |
চন্দ্ৰ মুদৈ |
|
|
|
| একত্ৰিশ জুন |
ভাস্কৰ বৰা |
প্ৰশান্ত বৰদলৈ |
|
|
| ১৯৯৫ |
আপোনজন |
গৌৰী বৰ্মন |
|
|
|
| সাগৰলৈ বহু দূৰ |
জাহ্নু বৰুৱা |
সত্য বৰুৱা |
|
৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাহ্নু বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল
|
| উৰ্বশী (চলচ্চিত্ৰ) |
দাৰা আহমেদ |
|
|
|
| আই কিল্ড হিম ছাৰ |
প্ৰদীপ গগৈ |
|
|
|
| পানী |
প্ৰফুল্ল শইকীয়া |
সঙ্গীত- ভূপেন হাজৰিকা আবহ সঙ্গীত- জীতু-তপন
|
|
|
| নিশাৰ অৰণ্য |
গণেশ দাস |
|
|
|
| ১৯৯৬ |
ইতিহাস |
ভবেন্দ্ৰ নাথ শইকীয়া |
ইন্দ্ৰেশ্বৰ শৰ্মা |
|
৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
|
| ৰাগ-বিৰাগ |
বিদ্যুৎ চক্ৰৱৰ্তী |
শ্বেৰ চৌধুৰী
|
|
৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা
|
| জলাঞ্জলি |
উপেন বৰুৱা |
|
|
|
| অদাহ্য |
সান্ত্বনা বৰদলৈ |
শ্বেৰ চৌধুৰী |
|
৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবি আৰু শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বঁটা
|
| হাগ্ৰামায়াও জিনাহাৰি (বড়ো ভাষাত) |
জাংদাও বডোচা |
ৰাজেশ্বৰ ব্ৰহ্ম |
|
পৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
|
| ১৯৯৭ |
অভিশপ্ত প্ৰেম |
মনোজ সেন |
|
|
|
| সপোন |
ৰাজেন ৰাজখোৱা |
|
|
|
| সংস্কাৰ |
ৰঞ্জিত দাস |
শ্বেৰ চৌধুৰী |
|
|
| দেউতাৰ বিয়া |
দীপক ভূঞা |
দীপক ভূঞা
|
|
|
| বুধু অৰ্জুন |
পদ্ম কৈৰী |
|
|
|
| ১৯৯৮ |
কুশল |
জাহ্নু বৰুৱা |
|
|
৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
|
| দেৱতা |
দাৰা আহমেদ |
|
|
|
| মোহমুক্তি |
ধীৰাজ দাস কাশ্যপ |
|
|
|
| যৌৱনে আমনি কৰে |
অশোক কুমাৰ বিষয়া |
ব্ৰজেন বৰুৱা, ক্ষীৰদাকান্ত বিষয়া, ভূপেন উজীৰ, জয়ন্ত দাস, জয়ন্ত সোণোৱাল
|
|
|
| ১৯৯৯ |
বুকুৰ মাজত জ্বলে |
অশোক কুমাৰ বিষয়া |
আবহ সঙ্গীত- জয়ন্ত পাঠক
|
|
|
| মহাৰথী |
বাণী দাস |
|
|
|
| অনল |
পৰমানন্দ ৰাজবংশী |
|
|
|
| বৈভৱ |
মঞ্জু বৰা |
|
|
|
| মৰম নদীৰ গাভৰু ঘাট |
পুলক গগৈ |
অতুল মেধি |
|
|