সাঁচ বাৰ্তা:অসমীয়া চলচ্চিত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলচ্চিত্ৰসমূহৰ নাম[সম্পাদনা কৰক]

এই সাঁচটোত মোৰ মতে চলচ্চিত্ৰসমূহৰ নামবোৰ ৰখাৰ প্ৰয়োজন নাই, কিয়নো চলচ্চিত্ৰৰ তালিকাখন বহুত দীঘলীয়া। দশক অনুসৰি ছবিসমূহক ভাগ কৰা আছেই। ১৯৩০, ৪০, ৫০ আৰু ২০১০ দশকৰ তালিকাকেইখন আছে। ১৯৬০, ৭০, ৮০, ৯০ আৰু ২০০০ দশকৰ তালিকাকেইখন সৃষ্টি কৰিব লগা আছে। Babulbaishya ডাঙৰীয়াই তাকে কৰাৰ কাম হাতত লব পাৰে।

(১৯৩০, ১৯৪০, ১৯৫০, ১৯৬০, ১৯৭০, ১৯৮০, ১৯৯০, ২০০০, ২০১০) --অম্লান বসুমতাৰী (talk) 18:18, 6 এপ্ৰিল 2012 (UTC)

অভিনেত্ৰী[সম্পাদনা কৰক]

এই সাঁচটোত অভিনেত্ৰীৰ তালিকাত দীপান্বিতা শৰ্মা আৰু জুমণি নেওগৰ নাম থাকিব লাগে জানো? তেওঁলোক অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত নহয়। — গীতাৰ্থ বৰদলৈ (talk) 15:34, 25 নৱেম্বৰ 2012 (UTC)