| বৰ্ষ
|
ছবি
|
পৰিচালক
|
সংগীত পৰিচালক
|
মুক্তিৰ তাৰিখ
|
টোকা
|
| ১৯৭০ |
অপৰাজেয় |
ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন, গৌৰী বৰ্মণ |
সলীল চৌধুৰী |
৬ মে' |
|
| বৰুৱাৰ সংসাৰ |
নিপ বৰুৱা |
ৰমেন বৰুৱা |
|
|
| মুকুতা |
ব্ৰজেন বৰুৱা |
ৰমেন বৰুৱা |
৩০ অক্টোবৰ |
|
| ১৯৭১ |
মানৱ আৰু দানৱ |
ইন্দুকল্প হাজৰিকা |
জীতু-তপন |
২৬ ফ্ৰেব্ৰুৱাৰী |
|
| অৰণ্য |
সমৰেন্দ্ৰ নাৰায়ণ দেৱ |
সুধীন দাশগুপ্ত |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
|
| শেষ বিচাৰ |
দেৱ কুমাৰ বসু |
অসিত গাংগুলী |
|
|
| যোগ বিয়োগ |
দ্বিবন বৰুৱা |
ৰমেন বৰুৱা |
৩১ ডিচেম্বৰ[1]
|
|
| ১৯৭২ |
ললিতা |
ব্ৰজেন বৰুৱা |
ৰমেন বৰুৱা |
১৮ ফ্ৰেব্ৰুৱাৰী[1] |
|
| ওপজা সোণৰ মাটি |
ব্ৰজেন বৰুৱা |
ৰমেন বৰুৱা |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
|
| মৰীচিকা |
অমূল্য মান্না |
জীতু-তপন |
১৫ ডিচেম্বৰ |
|
| হৃদয়ৰ প্ৰয়োজন |
গৌৰী বৰ্মণ |
ৰমেন বৰুৱা |
১ ডিচেম্বৰ[1] |
|
| বিভ্ৰাট |
ফণী তালুকদাৰ |
মেলডিকা |
|
|
| ভাইটি |
কমল নাৰায়ণ চৌধুৰী |
অজিত সিংহ |
|
প্ৰথম অসমীয়া ৰঙীন ছবি
|
| উপগ্ৰহ |
ভবেন দাস |
জীতু-তপন |
|
|
| ১৯৭৩ |
মমতা |
নলিন দুৱৰা |
বসন্ত বৰদলৈ |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
|
| ৰশ্মিৰেখা |
প্ৰফুল্ল বৰুৱা |
উপেন কাকতি |
|
|
| সোণতৰা |
নিপ বৰুৱা |
ৰমেন বৰুৱা |
|
|
| উত্তৰণ |
মনেৰঞ্জন শুৰ |
ৰমেন বৰুৱা |
|
|
| অভিযান |
সুজিত সিংহ |
জীতু-তপন |
|
|
| অনুতাপ |
অতুল বৰদলৈ |
জীতু-তপন |
|
|
| গণেশ |
এ. কে. ফিল্মচ্ |
অজিত সিংহ |
|
|
| বনৰীয়া ফুল |
অতুল বৰদলৈ |
জয়ন্ত হাজৰিকা |
|
|
| ১৯৭৪ |
বৃষ্টি |
দেউতি বৰুৱা |
জয়ন্ত হাজৰিকা |
|
|
| পৰিণাম |
প্ৰবীন বৰা |
ৰমেন বৰুৱা |
১৩ চেপ্তেম্বৰ |
|
| সন্তান |
অমৰ পাঠক |
প্ৰভাত শৰ্মা |
১৫ ডিচেম্বৰ |
|
| ১৯৭৫ |
চামেলি মেমচা'ব |
আব্দুল মজিদ |
ভূপেন হাজৰিকা |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা
|
| তৰামাই |
দ্বিবন বৰুৱা |
ৰমেন বৰুৱা |
|
|
| ৰতনলাল |
নলীন দুৱৰা |
নিৰ্মল চক্ৰৱৰ্তী |
|
|
| খোজ |
পুলক গগৈ |
ভূপেন হাজৰিকা |
|
|
| কাঁচঘৰ |
বিজয় চৌধুৰী, পীযুষ কান্তি ৰয় |
ভূপেন হাজৰিকা |
|
|
| ১৯৭৬ |
পুতলা ঘৰ |
সমৰেন্দ্ৰ নাৰায়ন দেৱ |
তফজ্জুল আলি |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
|
| পলাশৰ ৰং |
জীৱন বৰা |
ভূপেন হাজৰিকা |
|
|
| প্ৰাণ গঙ্গা |
ৰবীন চেতিয়া |
উপেন কাকতি |
|
|
| আদালত |
দিলীপ ডেকা |
জীতু-তপন |
১০ ডিচেম্বৰ[1] |
|
| গঙা চিলনীৰ পাখি |
পদুম বৰুৱা |
পদুম বৰুৱা |
|
|
| ১৯৭৭ |
বনহংস |
আব্দুল মজিদ |
ভূপেন হাজৰিকা |
|
|
| ধৰ্মকাই |
ভবেন দাস |
জয়ন্ত হাজৰিকা |
|
|
| নতুন আশা |
প্ৰবিৰ মিত্ৰ |
জয়ন্ত হাজৰিকা |
|
|
| পাপ আৰু প্ৰায়শ্চিত্ত |
আনোৱাৰ হুছেইন |
ৰমেন চৌধুৰী |
|
|
| সন্ধ্যাৰাগ |
ভবেন্দ্ৰ নাথ শইকীয়া |
ৰমেন চৌধুৰী, ইন্দ্ৰেশ্বৰ শৰ্মা, প্ৰভাত শৰ্মা |
৫ আগষ্ট |
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) ভাৰতীয় পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি
|
| সোণমা |
নিপ বৰুৱা |
ৰমেন বৰুৱা |
|
|
| ১৯৭৮ |
ফাগুনী |
শিৱ প্ৰসাদ ঠাকুৰ |
উপেন কাকতি |
|
|
| নিয়তি |
ইন্দুকল্প হাজৰিকা |
জয়ন্ত হাজৰিকা |
|
|
| বনজুই |
আব্দুল মজিদ |
ভূপেন হাজৰিকা |
|
|
| কল্লোল |
অতুল বৰদলৈ |
ৰুদ্ৰ বৰুৱা |
|
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
|
| মৰম |
দ্বিবন বৰুৱা |
ৰমেন বৰুৱা |
|
|
| মৰমী |
দীজেন্দ্ৰ নাৰায়ন দেৱ |
ৰমেন বৰুৱা |
|
|
| ১৯৭৯ |
মন প্ৰজাপতি |
ভূপেন হাজৰিকা |
ভূপেন হাজৰিকা |
|
|
| মেঘ |
অতুল বৰদলৈ |
জীতু-তপন |
|
|
| মেঘমুক্তি |
বন্ধু |
খগেন মহন্ত |
|
|
| নিশাৰ চকুলো |
দেৱ কুমাৰ বসু |
গৌৰচান্দ মুখাৰ্জী |
|
|
| শ্ৰীমতী মহিমাময়ী |
পুলক গগৈ |
কুল-অতুল |
|
|
| সোণৰ হৰিণ |
সমৰেন্দ্ৰ নাৰায়ন দেৱ |
তফজ্জুল আলি |
|
|
| আশ্ৰয় |
দুলাল ৰয় |
ৰমেন বৰুৱা |
|
|
| বিশেষ এৰাতি |
উপেন কাকতি |
উপেন কাকতি |
|
|
| দূৰণিৰ ৰং |
জন্ছ মহলীয়া |
অজিত সিংহ |
|
|
| ৰাংঢালী |
দিজেন্দ্ৰ নাৰায়ন দেৱ |
হেমেন হাজৰিকা |
|
|