| বৰ্ষ |
ছবি |
পৰিচালক |
সংগীত পৰিচালক |
মুক্তিৰ তাৰিখ |
টোকা |
| ১৯৬১ | শকুন্তলা | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ২৪ নৱেম্বৰ | প্ৰথম আংশিক ৰঙীন ছবি |
| লাচিত বৰফুকন | লক্ষ্যধৰ চৌধুৰী, প্ৰবীন ফুকন | ব্ৰজেন বৰুৱা | ২৯ ছেপ্টেম্বৰ | |
| ১৯৬২ | নৰকাসুৰ | নিপ বৰুৱা | ব্ৰজেন বৰুৱা | - | |
| ১৯৬৩ | ইটো সিটো বহুতো | ব্ৰজেন বৰুৱা | ব্ৰজেন বৰুৱা | - | প্ৰথম পূৰ্ণদৈৰ্ঘৰ হাস্যৰসাত্মক ছবি |
| মাটিৰ স্বৰ্গ | অনিল চৌধুৰী | জীতেন দেৱ | - | |
| তেজীমলা | আনোৱাৰ হুছেইন | ৰাজেশ্বৰ বৰদলৈ | - | শ্ৰেষ্ঠ অসমীয়া ছবিৰ চাৰ্টিফিকেট অৱ মেৰিট প্ৰাপ্ত |
| ১৯৬৪ | মণিৰাম দেৱান | সৰ্বেশ্বৰ চক্ৰৱৰ্তী | ভূপেন হাজৰিকা | ১০ জানুৱাৰী | |
| প্ৰতিধ্বনি[1] | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | - | ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ |
| ১৯৬৬ | লটিঘটি | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | - | |
| ১৯৬৮ | মৰম তৃষ্ণা | আব্দুল মজিদ | বিবেকানন্দ ভট্টাচাৰ্য | ৫ জানুৱাৰী | |
| সংগ্ৰাম | অমৰ পাঠক | অসিত গাংগুলী | ১৯ জানুৱাৰী | |
| ভাগ্য | এ. চালাম | লক্ষ্মীকান্ত প্যাৰেলাল | ১২ এপ্ৰিল | প্ৰথম অসমীয়া ডাবড্ চলচ্চিত্ৰ |
| ১৯৬৯ | চিকমিক বিজুলী | ভূপেন হাজৰিকা | ভূপেন হাজৰিকা | ১৯ অক্টোবৰ | |
| ডক্তৰ বেজবৰুৱা | ব্ৰজেন বৰুৱা | ৰমেন বৰুৱা | - | শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) |