মৰম তৃষ্ণা
অৱয়ব
মৰম তৃষ্ণা Maram Trishna | |
---|---|
পৰিচালক | আব্দুল মজিদ |
অভিনয়ত | ৰোহিনী বৰুৱা তাৰা |
সংগীত পৰিচালক | বিবেকানন্দ ভট্টাচাৰ্য |
মুক্তি |
১৯৬৮ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
মৰম তৃষ্ণা (ইংৰাজী: Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া কথাছবি। ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। সঙ্গীত বিবেকানন্দ ভট্টাচাৰ্যৰ। গীত লিখিছিল নিহাৰেন্দ্ৰ ভট্টাচাৰ্য আৰু ইউচুফ হাজৰিকাই। অভিনয়ত আছিল দীনেশ দাস, ৰোহিনী বৰুৱা, তাৰা, ৰেখা বৰা আদি।[1][2] অভিনেতা দিনেশ দাসৰ এইখন প্ৰথম ছবি আছিল।[3]
গীত
[সম্পাদনা কৰক]গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গীতিকাৰ | কন্ঠশিল্পী | দৈৰ্ঘ্য | ||||||
1. | "নীলিম গগন ঢৌৱাই ৰং বিৰঙৰ মেঘালীয়ে" | নিহাৰেন্দ্ৰ ভট্টাচাৰ্য | পাৰবীন চুলতানা | |||||||
2. | "অ' বতাহ বলিছে ঝিৰঝিৰিয়া, মোৰ মনহে মুকলিমুৰীয়া" | নিহাৰেন্দ্ৰ ভট্টাচাৰ্য | খগেন মহন্ত,পাৰবীন চুলতানা | |||||||
3. | "সপোন ৰঙীন পলাশ বনত ফুলিলে ৰজনীগন্ধা" | ইউচুফ হাজৰিকা | পাৰবীন চুলতানা | |||||||
4. | "অৰুন্ধতী অপৰূপা তুমি এপলক ৰৈ যোৱা" | ইউচুফ হাজৰিকা | শ্যামল মিত্ৰ | |||||||
5. | "দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী" | নিহাৰেন্দ্ৰ ভট্টাচাৰ্য | খগেন মহন্ত |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Maram Trishna (1968) – Assamese Film". https://www.assams.info/movies/morom-trishna-1968। আহৰণ কৰা হৈছে: 22 April 2020.
- ↑ Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugar. পৃষ্ঠা. 113.
- ↑ "Dinesh Das". nettv4u.com. https://nettv4u.com/celebrity/assamese/tv-actor/dinesh-das। আহৰণ কৰা হৈছে: 18 June 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- গীত সংকলন ৱেবচাইটত মৰম তৃষ্ণাৰ গীত
- ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ খগেন মহন্ত
- ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ পাৰবীন চুলতানা
|