মৰম তৃষ্ণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মৰম তৃষ্ণা
Maram Trishna
পৰিচালক আব্দুল মজিদ
অভিনয়ত ৰোহিনী বৰুৱা
তাৰা
সংগীত পৰিচালক বিবেকানন্দ ভট্টাচাৰ্য
মুক্তি ১৯৬৮
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

মৰম তৃষ্ণা (ইংৰাজী: Maram Trishna) ১৯৬৮ চনৰ ৫ জানুৱাৰীৰ দিনা মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া কথাছবি। ছবিখন পৰিচালনা কৰিছিল আব্দুল মজিদে। সঙ্গীত বিবেকানন্দ ভট্টাচাৰ্যৰ। গীত লিখিছিল নিহাৰেন্দ্ৰ ভট্টাচাৰ্য আৰু ইউচুফ হাজৰিকাই। অভিনয়ত আছিল দীনেশ দাস, ৰোহিনী বৰুৱা, তাৰা, ৰেখা বৰা আদি।[1][2] অভিনেতা দিনেশ দাসৰ এইখন প্ৰথম ছবি আছিল।[3]

গীত[সম্পাদনা কৰক]

ক্ৰমিক নং গীতৰ শীৰ্ষক গীতিকাৰ কণ্ঠ
নীলিম গগন ঢৌৱাই ৰং বিৰঙৰ মেঘালীয়ে নিহাৰেন্দ্ৰ ভট্টাচাৰ্য পাৰবীন চুলতানা
অ' বতাহ বলিছে ঝিৰঝিৰিয়া, মোৰ মনহে মুকলিমুৰীয়া নিহাৰেন্দ্ৰ ভট্টাচাৰ্য খগেন মহন্ত,পাৰবীন চুলতানা
সপোন ৰঙীন পলাশ বনত ফুলিলে ৰজনীগন্ধা ইউচুফ হাজৰিকা পাৰবীন চুলতানা
অৰুন্ধতী অপৰূপা তুমি এপলক ৰৈ যোৱা ইউচুফ হাজৰিকা শ্যামল মিত্ৰ
দিগদাৰী দিগদাৰী মহা দিগদাৰী, গাড়ীত চাকৰি কৰা মহা দিগদাৰী নিহাৰেন্দ্ৰ ভট্টাচাৰ্য খগেন মহন্ত

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Maram Trishna (1968) – Assamese Film". https://www.assams.info/movies/morom-trishna-1968। আহৰণ কৰা হৈছে: 22 April 2020. 
  2. Babul Das (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, Dibrugar. পৃষ্ঠা. 113. 
  3. "Dinesh Das". http://www.boxofficeassam.com/celebrity/dinesh-das/। আহৰণ কৰা হৈছে: 22 April 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ খগেন মহন্ত
  2. ইউটিউৱত মৰম তৃষ্ণাৰ গীত, কণ্ঠ পাৰবীন চুলতানা