১৯৩০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত প্ৰথম অসমীয়া ছবি জয়মতী। 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত নিৰ্মিত এই ছবিখন ভাৰতৰ তৃতীয়খন সবাক ছবি [1] আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰা হয়।[2]
বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ |
---|---|---|---|---|
১৯৩৫ | জয়মতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা | ১০ মাৰ্চ |
১৯৩৯ | ইন্দ্ৰমালতী | জ্যোতিপ্ৰসাদ আগৰৱালা | জ্যোতিপ্ৰসাদ আগৰৱালা |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|