সমললৈ যাওক

১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ষ ছবি পৰিচালক প্ৰযোজক মুক্তিৰ তাৰিখ
১৯৪১মনোমতীৰোহিনী কুমাৰ বৰুৱাকমল নাৰায়ণ চৌধুৰী[1]৩ এপ্ৰিল[2]
১৯৪১ৰূপহীপাৰ্বতি প্ৰসাদ বৰুৱাপাৰ্বতি প্ৰসাদ বৰুৱা৬ চেপ্টেম্বৰ[3][2]
১৯৪৭বদন বৰফুকনকমল নাৰায়ণ চৌধুৰীগৌৰ গোস্বামী[1]১৫ এপ্ৰিল[2]
১৯৪৮ছিৰাজফণী শৰ্মাচিত্ৰাৱলী পিকচাৰ্চ লিমিটেড১৬ জানুৱাৰী[2]
১৯৪৯পাৰঘাটপ্ৰবীন ফুকনগন্ধৰ্ব[1]৫ আগষ্ট[2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 Rajkonwar, Manjit. "অসমীয়া চলচ্চিত্ৰৰ গীত". http://muktosinta.org/. http://muktosinta.org/axomiya-solositror-git-mat/ আহৰণ কৰা হৈছে: 27 December 2020.
  2. 1 2 3 4 5 "অসমীয়া চিনেমাৰ তথ্যকোষ". চিনেকথা ডট কম. Archived from the original on 19 August 2020. https://web.archive.org/web/20200819113246/https://cinekatha.com/cinema-database/ আহৰণ কৰা হৈছে: 27 December 2020.
  3. "Assamese Movie Rupohi". Archived from the original on 12 January 2020. https://web.archive.org/web/20200112045827/http://www.boxofficeassam.com/movie/rupohi/ আহৰণ কৰা হৈছে: 30 April 2020.