সমৰেন্দ্ৰ নাৰায়ণ দেৱ
অৱয়ব
সমৰেন্দ্ৰ নাৰায়ন দেৱ | |
---|---|
জন্ম | ১৩ অক্টোবৰ ১৯৪০ অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৭১-২০১৩ |
উল্লেখযোগ্য কৰ্ম | অৰণ্য, পুতলা ঘৰ |
সমৰেন্দ্ৰ নাৰায়ন দেৱ (ইংৰাজী: Samarendra Narayan Dev) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত অৰণ্য নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৬খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনত মুক্তি পোৱা চলচ্চিত্ৰ "অৰণ্য" নামৰ চলচ্চিত্ৰখনে ১৯৭১ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল[1]।
পৰিচালিত চলচ্চিত্ৰ
[সম্পাদনা কৰক]সমৰেন্দ্ৰ নাৰায়ন দেৱে মুঠতে ৫ খন ছবি পৰিচালনা কৰিছিল[1]
ছবিৰ নাম | বৰ্ষ | টোকা |
---|---|---|
অৰণ্য | ১৯৭১ | |
পুতলা ঘৰ | ১৯৭৬ | |
সোণৰ হৰিণ | ১৯৭৯ | |
ৰাজা | ১৯৮১ | |
কাজিৰঙাৰ কাহিনী | ১৯৮২ | |
বীৰ চিলাৰায় | ২০১২[2] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Film Directors". enajori.com. 2013-01-22. Archived from the original on 2015-09-12. https://web.archive.org/web/20150912143940/http://enajori.com/film-directors/। আহৰণ কৰা হৈছে: 2013-01-30.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-07-01. https://web.archive.org/web/20130701162325/http://www.nthwall.com/as/5678900020। আহৰণ কৰা হৈছে: 2013-02-26.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- New road for a veteran Personality-Samarendra Narayan Dev
- India Heritage:Performing Arts:Cinema In India:Regional Cinema
|