লুনা লহকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


লুনা লহকৰ
জন্ম ২৬ ডিচেম্বৰ
অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী

লুনা লহকৰ (ইংৰাজী: Luna Lahkar) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছিল[1]

অভিনীত অসমীয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.imdb.com/name/nm4273429/