লুনা লহকৰ
লুনা লহকৰ | |
---|---|
জন্ম | ২৬ ডিচেম্বৰ অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | অভিনেত্ৰী |
লুনা লহকৰ (ইংৰাজী: Luna Lahkar) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল[1]।
অভিনীত অসমীয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|