সমললৈ যাওক

জাহ্নু বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জাহ্নু বৰুৱা
জন্ম ১৭ অক্টোবৰ ১৯৫২
শিৱসাগৰ, অসম, ভাৰত
নাগৰিকত্ব ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক
দাম্পত্যসঙ্গী গায়ত্ৰী বৰুৱা[1]
পিতৃ-মাতৃ দেৱেশ্বৰ বৰুৱা (পিতৃ)
গুণৱতী বৰুৱা (মাতৃ)
সন্তান অজু বৰুৱা (পুত্ৰ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫)
ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (১৯৯৬)
কোডাক ভিজন এৱাৰ্ড
পদ্মশ্ৰী (২০০৩)
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি বিষয়ত, ২০০৪)
ভূপেন হাজৰিকা বঁটা (২০১২)
পদ্মভূষণ (২০১৫)
ৱেবছাইট
www.jahnubarua.com

জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক।[2][3] তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

জাহ্নু বৰুৱাৰ জন্ম হয় ১৯৫২ চনৰ ১৭ অক্টোবৰত অসমশিৱসাগৰ জিলাৰ বকতাত। তেওঁৰ পিতৃৰ নাম দেৱেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম গুণৱতী বৰুৱা। জাহ্নু বৰুৱাৰ ৭জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে[4]

তেখেতে গুৱাহাটীবি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰি স্নাতক উপাধি লাভ কৰে।[4]

কৰ্মৰাজি

[সম্পাদনা কৰক]
বৰ্ষ ছবিৰ নাম[4][5] ভাষা ইংৰাজী নাম সন্মান তথা স্বীকৃতি
১৯৮২অপৰূপা
(হিন্দী: अपेक्षा)
অসমীয়া, হিন্দীExpectation
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৩)
১৯৮৬পাপৰিঅসমীয়া
১৯৮৭হালধীয়া চৰায়ে বাওধান খায়অসমীয়াThe Catastropheশ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৭)

লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চিলভাৰ লিওপাৰ্ড; বৰ্ল্ড ইকোমেনিকাল এৱাৰ্ড; চিটিজেন্‌চ প্ৰাইজ; শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া)
টকিঅ’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- এছিয়াৰ শ্ৰেষ্ঠ বঁটা
এমিয়েন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ফ্ৰান্স- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা
ৰাজ্যিক বঁটা- শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা

১৯৯০বনানিঅসমীয়াThe Forestশ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯০)
১৯৯২ফিৰিঙতিঅসমীয়াThe Sparkদ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২)
শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২, মলয়া গোস্বামী)
১৯৯৫সাগৰলৈ বহু দূৰঅসমীয়াIt's a Long Way to the Seaশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)[1]

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)
ফেষ্টিভেল দি তয় কণ্টিন’, নাণ্টেছ, ফ্ৰান্স- দৰ্শকৰ দ্বাৰা নিৰ্বাচিত চলচ্চিত্ৰ বঁটা; শ্ৰেষ্ঠ সংগীত (১৯৯৫)
মণ্ডিয়েল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- শ্ৰেষ্ঠ পৰিচালক (১৯৯৬)
চিকাগো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- ৱৰ্ল্ড পীচ প্ৰাইজ (১৯৯৫)
ফ্ৰাইবুৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- দৰ্শকৰ দ্বাৰা নিৰ্বাচিত চলচ্চিত্ৰ বটাঁ; চিটিজেন্‌চ এৱাৰ্ড; য়ং পাব্লিক এৱাৰ্ড (১৯৯৬)
ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড; শ্ৰেষ্ঠ অভিনেতা (১৯৯৬)
ফেষ্টিভেল অফ ইণ্ডিপেন্দেণ্ট ফ্লিমমেকাৰচ, ব্ৰুছেলচ- শ্ৰেষ্ঠ পৰিচালক (১৯৯৬)

১৯৯৮কুশলঅসমীয়াThe Price of Freedomঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮)
২০০০পখীঅসমীয়াAnd the River Flowsঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৯)
২০০৩কণিকাৰ ৰামধেনুঅসমীয়াRide on the Rainbowঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০২)
২০০৪তৰাঅসমীয়াTora's Loveশ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪)
২০০৫মেইনে গান্ধীকো নেঁহি মাৰাহিন্দীI did not kill Gandhiফুকোকা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- কোডাক ভিজন এৱাৰ্ড

মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫)

২০১০মুম্বাই কাটিংহিন্দী
২০১২বান্ধোনঅসমীয়াWaves of Silenceঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১২)
২০১৩অজেয়অসমীয়াInvincibleঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১৩)
২০১৮ভগা খিৰিকীঅসমীয়াBroken Window

প্ৰযোজনা স্তৰত থকা ছবিসমূহ

[সম্পাদনা কৰক]
  • হৰপল
  • হ’মিং পিজিয়ন্‌চ
  • বাটাৰফ্লাই ছেচ
  • কপাৰ ৰিং
  • হিণ্ডোল

উল্লেখযোগ্য বঁটা / পুৰস্কাৰ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Bipuljyoti Saikia. "Bipuljyoti Saikia's Home Page : Cinema & Stage - Jahnu Barua". Bipuljyoti.in. Archived from the original on 2012-12-13. https://web.archive.org/web/20121213070425/http://www.bipuljyoti.in/cinema/jahnubarua.html আহৰণ কৰা হৈছে: 2013-03-10.
  2. Fare, Eastern (1952-10-17). "North-East India | NE Blog: Jahnu Barua - an Assamese film-maker". Neblog.in. Archived from the original on 2013-01-12. https://web.archive.org/web/20130112144133/http://www.neblog.in/2012/12/jahnu-barua-assamese-film-maker.html আহৰণ কৰা হৈছে: 2013-03-10.
  3. "Jahnu Barua: The Man Behind the Films". Theinduslink.com. 2011-09-15. Archived from the original on 2012-03-26. https://web.archive.org/web/20120326165824/http://www.theinduslink.com/3426/jahnu-barua-the-man-behind-the-films আহৰণ কৰা হৈছে: 2013-03-10.
  4. 1 2 3 4 "Jahnu Barua - Well know film director from Assam". Onlinesivasagar.com. Archived from the original on 2013-01-06. https://web.archive.org/web/20130106093247/http://onlinesivasagar.com/movies/jahnubarua.html আহৰণ কৰা হৈছে: 2013-03-10.
  5. "Films". Jahnu Barua. Archived from the original on 2017-04-02. https://web.archive.org/web/20170402185727/http://www.jahnubarua.com/films.php আহৰণ কৰা হৈছে: 2013-03-10.
  6. "Indian Cinema Database: Jahnu Barua". Chaosmag.in. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303165050/http://www.chaosmag.in/barua.html আহৰণ কৰা হৈছে: 2013-03-10.
  7. "Jahnu Barua". Cinemaofmalayalam.net. Archived from the original on 2013-02-24. https://web.archive.org/web/20130224045555/http://www.cinemaofmalayalam.net/barua.html আহৰণ কৰা হৈছে: 2013-03-10.
  8. "1st Bhupen Hazarika Award to Jahnu Barua.". Assam Times. 2012-12-02. http://www.assamtimes.org/node/7641 আহৰণ কৰা হৈছে: 2013-03-10.
  9. "Full list: Padma Awards 2015". Government of India Ministry of Home Affairs. 25-January-2015 20:25 IST. http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952 আহৰণ কৰা হৈছে: 26 জানুৱাৰী 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]