বি বৰুৱা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বি বৰুৱা মহাবিদ্যালয় (স্থাপিত: 1943) কেৱল অসমৰে নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ উচ্চ শিক্ষানুষ্ঠান হিচাপে বিবেচিত হয় ।