তিনিচুকীয়া মহাবিদ্যালয়
তিনিচুকীয়া মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৫৬ |
ধৰণ | ৰাজহুৱা |
স্থান | তিনিচুকীয়া, অসম, ভাৰত |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | tinsukiacollege |
তিনিচুকীয়া মহাবিদ্যালয় তিনিচুকীয়া জিলাত অৱস্থিত উচ্চ শিক্ষাৰ এখন প্ৰধান শিক্ষানুষ্ঠান। তিনিচুকীয়া নগৰৰ পৰ্বতীয়াস্থিত এই মহাবিদ্যালয়খন ১৯৫৬ চনত প্ৰতিষ্ঠা হয়। তিনিচুকীয়া মহাবিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক পৰ্যন্ত অধ্যয়ন কৰাৰ সুবিধা আছে। ইয়াৰোপৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ শাখা এটাও মহাবিদ্যালয়খনত অৱস্থিত। তিনিচুকীয়া মহাবিদ্যায়ৰ বৰ্তমান অধ্যক্ষ হ'ল ডঃ সূৰ্য চেতিয়া।[1]
বিভাগ[সম্পাদনা কৰক]
বিজ্ঞান[সম্পাদনা কৰক]
- ৰসায়ন বিজ্ঞান
- গণিত
- পদাৰ্থ বিজ্ঞান
- পৰিসংখ্যা
- কম্পিউটাৰ বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- জীৱ বিজ্ঞান
ক'লা আৰু বাণিজ্য[সম্পাদনা কৰক]
- অসমীয়া
- হিন্দী
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনৈতিক বিজ্ঞান
- দৰ্শন শাস্ত্ৰ
- ৰাজনৈতিক বিজ্ঞান
- ভূগোল
- বাণিজ্য