কামপুৰ মহাবিদ্যালয়
কামপুৰ মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৬৮ |
ধৰণ | মহাবিদ্যালয় |
স্থান | কামপুৰ, নগাঁও, অসম, ভাৰত ![]() |
ৱেবছাইট | KampurCollege.co.in |
নগাঁও জিলাৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল কামপুৰ মহাবিদ্যালয়। মহাবিদ্যালয়খনি ১৯৬৮ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাপ্ত এই কামপুৰ মহাবিদ্যালয় ।
বিভাগ[সম্পাদনা কৰক]
- অসমীয়া
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ভূগোল
- হিন্দী
- বুৰঞ্জী
- ৰাজনীতি বিজ্ঞান