কাজিৰঙা বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাজিৰঙা বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Knowledge and Beyond
স্থাপিত ২০১২ (2012)
ধৰণ ব্যক্তিগত
চেয়াৰমেন এম. ডি. খাইটান
সভাপতি পি. কে. মিশ্ৰা
উপাচাৰ্য ভিলাচ এম চালোখে
ডীন বিশ্বৰূপ শইকীয়া (অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয়), জহৰ বাগচি (বাণিজ্য বিদ্যালয়)
সঞ্চালক অৰ্ণৱ শৰ্মা
স্থান কৰাইখোৱা, যোৰহাট, অসম, ভাৰত
চৌহদ উপ-চহৰাঞ্চল
উপনাম KU
শুভংকৰ এশিঙীয়া গঁড়
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
ৱেবছাইট আধিকাৰিক ৱেবছাইট

অসম কাজিৰঙা বিশ্ববিদ্যালয়[1][2][3][4][5] ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়।[6] অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।

শিক্ষা[সম্পাদনা কৰক]

বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক, ব্যৱস্থাপনা, কম্পিউটাৰ বিজ্ঞান আৰু মৌলিক বিজ্ঞান বিষয়ত বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়। ই চাৰিটা প্ৰতিষ্ঠানেৰে গঠিত

  • বাণিজ্য বিদ্যালয়
    • MBA, BBA, BBA (Global, BCom and Integrated MBA)
  • অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিদ্যালয়
    • M.Tech, B.Tech and Integrated MTech and Integrated MBA (with B.Tech)
  • মৌলিক বিজ্ঞান বিদ্যালয়
    • MSc (Physics), MSc (Chemistry), MSc (Mathematics) and Integrated MSc in Physics, Chemistry and Mathematics)
  • কম্পিউটাৰ বিজ্ঞান বিদ্যালয়
    • MSc (IT) and Integrated MSc (IT)
কাজিৰঙা বিশ্ববিদ্যালয়

সহযোগিতা[সম্পাদনা কৰক]

কাজিৰঙা বিশ্ববিদ্যালয়ে যুক্তৰাজ্যৰ কাৰডিফ মেট্ৰপলিটান বিশ্ববিদ্যালয়[7][8][9][10][11] আৰু প্লাইমাউথ বিশ্ববিদ্যালয় লগত শিক্ষা, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ আদান-প্ৰদান কৰা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।[4][12][13] ২০১১ চনত চাম হিগিনবটম কৃষি, প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞান প্ৰতিষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয়ৰ লগত বুজাবুজি আৰু সহযোগিতাৰ চুক্তিত চহী কৰা প্ৰথমখন ভাৰতীয় বিশ্ববিদ্যালয়।[14] প্ৰতি বছৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ U MBAৰ ছাত্ৰ-ছাত্ৰীক ছিংগাপুৰস্থিত নানয়াং প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়লৈ এমাহৰ বাবে লৈ যোৱা হয়। বিশ্ববিদ্যালয় খনে অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণৰ বাবেও বিভিন্ন উদ্যোগৰ লগত সহযোগিতা স্থাপন কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বহিঃ সংযোগ[সম্পাদনা কৰক]

স্থানাংক: 26°45′00″N 94°13′12″E / 26.7500°N 94.2200°E / 26.7500; 94.2200