দুলীয়াজান মহাবিদ্যালয়
দুলীয়াজান মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১ আগষ্ট ১৯৬৯[1] |
ধৰণ | মহাবিদ্যালয় |
অধ্যক্ষ | লোক বিকাশ গগৈ[2] |
স্থান | দুলীয়াজান, অসম, ভাৰত |
ভুক্তি | Dibrugarh University |
ৱেবছাইট | www |
দুলীয়াজান মহাবিদ্যালয় (ইংৰাজী: Duliajan College), ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[3]
বিভাগসমূহ[4][সম্পাদনা কৰক]
বিজ্ঞান[সম্পাদনা কৰক]
- পদাৰ্থ বিজ্ঞান (Physics)
- গণিত (Mathematics)
- ৰসায়ন বিদ্যা (Chemistry)
- কম্পিউটাৰ বিজ্ঞান (Computer Science)
- উদ্ভিদ বিজ্ঞান (Botany)
- প্ৰাণী বিজ্ঞান (Zoology)
কলা আৰু বাণিজ্য[সম্পাদনা কৰক]
- অসমীয়া
- বঙালী
- হিন্দী
- ইংৰাজী
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- সমাজ তত্ত্ব
- বাণিজ্য
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "ABOUT THE INSTITUTION". duliajancollege.in. https://www.duliajancollege.in/about.php। আহৰণ কৰা হৈছে: 23 December 2020.
- ↑ "Principal, Duliajan College". duliajancollege.in. https://www.duliajancollege.in/principal'smessage.php। আহৰণ কৰা হৈছে: 23 December 2020.
- ↑ "Affiliated College of Dibrugarh University". https://www.dibru.ac.in/academics/colleges.
- ↑ "DEPARTMENTS". duliajancollege.in. https://www.duliajancollege.in/department.php। আহৰণ কৰা হৈছে: 23 December 2020.