সমললৈ যাওক

ছয়দুৱাৰ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছয়দুৱাৰ মহাবিদ্যালয়

ছয়দুৱাৰ মহাবিদ্যালয়ৰ সন্মুখভাগ
ৱেবছাইট www.chaiduarcollege.org

ছয়দুৱাৰ মহাবিদ্যালয় (ইংৰাজী : Chaiduar College) শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ এখন পুৰণি অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান। গহপুৰ নগৰৰ নিচেই কাষতে মহাবিদ্যালয়খন অৱস্থিত।

মহাবিদ্যালয়খন প্ৰথমতে কেৱল কলা শাখাৰ সৈতে ১৯৬৭ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ পিছত ১৯৮৭ চনত ইয়াৰ বিজ্ঞান বিভাগ প্ৰতিষ্ঠা কৰা হয়।বৰ্তমান ইয়াত কলা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ লগতে অন্যান্য বৃত্তিমূলক পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰা হয়।

মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:

  • স্নাতক কলা (সন্মানসহ)
  • স্নাতক কলা (সাধাৰণ)
  • স্নাতক বিজ্ঞান (সন্মানসহ)
  • স্নাতক বিজ্ঞান (সাধাৰণ)
  • উচ্চতৰ মাধ্যমিক (কলা)
  • উচ্চতৰ মাধ্যমিক (বিজ্ঞান)

অন্যান্য পাঠ্যক্ৰমসমূহৰ ভিতৰত হ'ল:

  • গাড়ী মেৰামতি
  • খাদ্য আৰু পুষ্টি
  • বৈদ্যুতিক সামগ্ৰী মেৰামতি
  • সৎস্য উৎপাদন
  • ছয় মহীয়া কম্পিউটাৰ প্ৰমাণ-পত্ৰ শিক্ষা
  • এক বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা
  • ইংৰাজী শিক্ষণ পাঠ্যক্ৰম

কলা:

  • ইংৰাজী বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ

বিজ্ঞান:

  • জীৱ বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • গণিত বিভাগ

অধ্যক্ষসকল

[সম্পাদনা কৰক]

ড॰ অঞ্জন কুমাৰ ওজা (বৰ্তমানৰ)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]