সাপেখাতী মহাবিদ্যালয়
সাপেখাতী মহাবিদ্যালয় | |
---|---|
![]() সাপেখাতী মহাবিদ্যালয়ৰ ল’গ’ | |
স্থাপিত | ১৯৮৮ |
ধৰণ | মহাবিদ্যালয় |
অধ্যক্ষ | কনকলতা কোঁৱৰ[1] |
স্থান | সাপেখাতী, চৰাইদেউ জিলা, অসম, ভাৰত |
ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
ৱেবছাইট | sapekhaticollege |
সাপেখাতী মহাবিদ্যালয় (ইংৰাজী: Sapekhati College) ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2]
বিভাগ[সম্পাদনা কৰক]
কলা[1][সম্পাদনা কৰক]
- অসমীয়া
- ইংৰাজী
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- সমাজ তত্ত্ব
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "College Staff". Sapekhaticollege.in. http://sapekhaticollege.in/college-staff/। আহৰণ কৰা হৈছে: 22 December 2020.
- ↑ "Affiliated College of Dibrugarh University". https://www.dibru.ac.in/academics/colleges.