জৱাহৰলাল নেহৰু মহাবিদ্যালয়
জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকো | |
---|---|
![]() | |
স্থাপিত | ১৯৬৪ |
ধৰণ | মহাবিদ্যালয় |
অধ্যক্ষ | ড॰ তপন দত্ত[1] |
স্থান | বকো, কামৰূপ, অসম, ![]() |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
জৱাহৰলাল নেহৰু মহাবিদ্যালয় (ইংৰাজী: Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2]
ইতিহাস[সম্পাদনা কৰক]
১৯৮৬ চনত জৱাহৰলাল নেহৰু মহাবিদ্যালয় স্থাপন কৰা হয়। প্ৰথমে মহাবিদ্যালয়খনৰ নাম বকো মহাবিদ্যালয় নামকৰণৰ প্ৰস্তাব ৰাখিছিল, যদিও পিছত তাক ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম প্ৰধান নেতা আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত এই মহাবিদ্যালয়খনৰ নামকৰণ কৰা হয়। বিজ্ঞান শাখা আৰম্ভ হয় ১৯৮৬ চনত। বৰ্তমান মহাবিদ্যালয়খনত স্নাতক পৰ্যায়ত কলা আৰু বিজ্ঞান দুটা শাখা আছে।[3][4]
বিভাগসমূহ[সম্পাদনা কৰক]
কলা[সম্পাদনা কৰক]
|
বিজ্ঞান[সম্পাদনা কৰক]
|
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "PRINCIPAL'S MESSAGE". 2021-01-11. http://www.jncollegeboko.ac.in/principal.php। আহৰণ কৰা হৈছে: 2021-01-11.
- ↑ "Affiliated College of Gauhati University". http://www.gauhati.ac.in/college-affiliated%20colleges.php.
- ↑ "A Brief History of The College". Jncollegeboko.ac.in. http://www.jncollegeboko.ac.in/clghistory.php। আহৰণ কৰা হৈছে: 11 January 2021.
- ↑ "About JN College". Jncollegeboko.ac.in. http://www.jncollegeboko.ac.in/about.php। আহৰণ কৰা হৈছে: 11 January 2021.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত জৱাহৰলাল নেহৰু মহাবিদ্যালয় সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|