সমললৈ যাওক

ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
স্থাপিত ১৯৭১
ধৰণ মহাবিদ্যালয়
ধৰ্মীয় ভুক্তি ভট্টদেৱ বিশ্ববিদ্যালয়
অধ্যক্ষ ড° নয়নজ্যোতি দাস
ৱেবছাইট bhbcollege.ac.in

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (ইংৰাজী: Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।[1][2]

১৯৭১ চনৰ ১ জুলাইত প্ৰতিষ্ঠা হোৱা ভৱানীপুৰ হস্তিনাপুৰ বিজনী (বি.এইচ.বি) মহাবিদ্যালয়খনে বৰ্তমান ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ আছে। সৰুপেটাত উচ্চ শিক্ষানুষ্ঠান হিচাপে বিশাল অঞ্চলটোৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলক ভালদৰে সেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন স্থাপন কৰা হৈছে॥ পূৰ্বৰ বৰপেটা বৰ্তমান বজালী জিলাৰ অন্তৰ্গত মহাবিদ্যালয়খনৰ নামটোৰদ্বাৰা বুজিব পাৰি যে তিনিটা ৰাজহ মৌজা/তহচিলৰ অৱস্থিত। বি.এইচ.বি. মহাবিদ্যালয় অঞ্চলটোৰ ভিতৰত আটাইতকৈ পুৰণি শিক্ষানুষ্ঠান।

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে স্নাতককোত্তৰ(দূৰ শিক্ষাৰ মাধ্যমেৰে) পাঠ্যক্ৰম বিভিন্ন বিষয়ত ওপৰত প্ৰদান কৰে।

উচ্চতৰ মাধ্যমিক (কলা) শাখা
উচ্চতৰ মাধ্যমিক (বাণিজ্য) শাখা
স্নাতক(কলা) শাখা
  1. স্নাতক (অসমীয়া)
  2. স্নাতক (ইংৰাজী)
  3. স্নাতক (ইতিহাস)
  4. স্নাতক (অৰ্থনীতি)
  5. স্নাতক (ৰাজনীতি বিজ্ঞান)
  6. স্নাতক (দৰ্শন)
  7. স্নাতক (শিক্ষা)
স্নাতক (বাণিজ্য) শাখা
  1. স্নাতক ফাইনেঞ্চ
  2. স্নাতক একাউণ্টেন্সী
  3. স্নাতক মেনেজমেণ্ট
স্নাতকোত্তৰ পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা।[3] কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়)[4]
  1. স্নাতকোত্তৰ (অসমীয়া)
  2. স্নাতকোত্তৰ (ইংৰাজী)
  3. স্নাতকোত্তৰ (শিক্ষা)
  4. স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
  5. স্নাতকোত্তৰ (MSc IT)
  6. স্নাতকোত্তৰ (বাণিজ্য)
  7. অন্যান্য বিষয়সমূহ

মহাবিদ্যালয় সা-সুবিধাসমূহ

[সম্পাদনা কৰক]
  1. পুথিভঁৰাল
  2. শৈক্ষিক গৱেষণাগাৰ
  3. খেলপথাৰ
  4. অন্যান্য

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017.
  2. ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017.
  3. ↑ "BACollege". Gucdoe.in. http://www.gucdoe.in/। আহৰণ কৰা হৈছে: 18 September 2024.
  4. ↑ "BACollege/kkhsou". Kkhsou.ac.in. Archived from the original on 13 September 2024. https://web.archive.org/web/20240913073501/https://kkhsou.ac.in/web/। আহৰণ কৰা হৈছে: 18 September 2024.