বৰমা মহাবিদ্যালয়
অৱয়ব
| বৰমা মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৭১ চনত |
| ধৰণ | উ.মা., স্নাতক, স্নাতকোত্তৰ |
| ধৰ্মীয় ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
| অধ্যক্ষ | ডাঃ নৰেশ্বৰ নাৰ্জাৰী |
| ৱেবছাইট | www.baramacollegebarama.edu.in |
বৰমা মহাবিদ্যালয়' অসমৰ বাক্সা জিলাৰ বৰমা অঞ্চলৰ অন্যতম পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।[1][2]
শৈক্ষিক বিষয়
[সম্পাদনা কৰক]উচ্চতৰ মাধ্যমিক
[সম্পাদনা কৰক]বিজ্ঞান শাখা, কলা শাখা
বিজ্ঞান শাখাত স্নাতক বিষয়
[সম্পাদনা কৰক]কলা শাখাত স্নাতক বিষয়
[সম্পাদনা কৰক]- বড়ো ভাষা
- অসমীয়া ভাষা
- ইংৰাজী ভাষা
- দৰ্শন
- অৰ্থনীতি
- ইতিহাস
- ৰাজনীতি বিজ্ঞান
স্নাতকোত্তৰ বিষয়(দূৰ শিক্ষা)
[সম্পাদনা কৰক]- অসমীয়া
- বড়ো
- ইংৰাজী
- ইতিহাস
- অৰ্থনীতি
- দৰ্শন
- গণিত
- বাণিজ্য
স্বীকৃতি
[সম্পাদনা কৰক]২০১৬ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ(NAAC) ৰ দ্বাৰা বি+ গ্ৰেড প্ৰদান কৰা হৈছে।[3] মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে॥[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 18 June 2017.
- ↑ "Provincialised colleges affiliated to Gauhati University". Directorate of Higher Education. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 18 June 2017.
- ↑ "CCycle212155" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Barama+College&Field3=Barama&Field4=AS&Field5=Cycle2&Field6=12155। আহৰণ কৰা হৈছে: 9 July 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 9 July 2017.