প্ৰাণীবিজ্ঞান
Jump to navigation
Jump to search
প্ৰাণী বিদ্যা হৈছে জীৱবিজ্ঞানৰ এটা শাখা। এই শাখাত সকলো প্ৰাণীৰ বিষয়ে গৱেষণা কৰা হয়।[1] জীৱবিদ্যা বা জীৱ বিজ্ঞানৰ যি শাখাত প্ৰাণীৰ বিষয়ে সম্যক আলোচনা আৰু বিভিন্ন তথ্য পৰিবেশিত কৰা হয় তাকে প্ৰাণী বিজ্ঞান বা প্ৰাণী বিদ্যা বোলে।
প্ৰাণী বিজ্ঞানত প্ৰাণীৰ শৰীৰৰ গঠন, ভ্ৰূণবিজ্ঞান, বিৱৰ্তন, শ্ৰেণীবিন্যাসৰ অভ্যাস আৰু জীৱন্ত আৰু বিলুপ্ত উভয় প্ৰাণীৰ বিস্তাৰ আৰু প্ৰজনন আদি সকলো বিষয় অধ্যয়ন কৰা হয়। প্ৰাণীবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ 'Zoology' প্ৰাচীন, গ্ৰীক অভিধানৰ পৰা আহৰণ কৰা হৈছে ( ζῷον, zōion, অৰ্থাৎ প্ৰাণী আৰু λόγος, logos, অৰ্থাৎ "জ্ঞান অধ্যয়ন")।[1]
প্ৰাণী বিজ্ঞানৰ বিভিন্ন শাখা[সম্পাদনা কৰক]
- অঙ্গসংস্থান
- শৰীৰস্থান
- শৰীৰবিদ্যা
- কোষবিদ্যা
- কলাসংস্থানবিদ্যা
- ভ্ৰূণবিদ্যা
- বংশগতিবিদ্যা
- শ্ৰেণীবিন্যাসবিদ্যা
- মৎস্য খেতি
- মৌমাখি পালন
- ৰেচম খেতি
- ফিতাকৃমিবিদ্যা
- পতঙ্গবিদ্যা
- মৎস্যবিদ্যা
- পক্ষীবিদ্যা
- স্তন্যপায়ীবিদ্যা
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বহিঃসংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত Zoology সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
ৱিকিগ্ৰন্থত
শিৰোনামৰ বহুতো প্ৰৱন্ধ আছে |