জীৱ বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
[সৃষ্টি] নথি

জীৱ বিজ্ঞান হৈছে বিজ্ঞানৰ এটা শাখা য’ত জীৱৰ (যেনে :গছ-গছনি, জীৱ-জন্তু, মানুহ ) আদি ৱৈজ্ঞানিক আলোচনা কৰা হয় । জীৱ বিজ্ঞান জীৱনৰ গুনৱতা আৰু মানৰ যঠেষ্ট উন্নতি সাধন কৰিছে ৷

জীৱ বিজ্ঞানৰ থুলমূল ভাগ সমুহ:[সম্পাদনা কৰক]

১. ভাৱাত্মক তনত্ৰিকা বিজ্ঞান

২. শৰীৰ ৰচনা (এনাটমী)

৩. জৈৱ ৰসায়ন (ৱায়কেমচট্ৰী)
৪. জীৱ সুচনা বিজ্ঞান (ৱায়ইনফৰমেটিকচ্)