জ্যোতিৰ্পদাৰ্থ বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
NGC 4414 তাৰকাৰাজ্য: ব্যাসাৰ্ধ প্ৰায় ২৮,০০০ আলোক-বৰ্ষ, দূৰত্ব প্ৰায় ৬০ নিযুত আলোক-বৰ্ষ

জ্যোতি পদাৰ্থ ৰ্বিজ্ঞান (ইংৰাজী: Astrophysics) জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ ঊমৈহতীয়া ভাগ, য’ত জ্যোতিৰ্বিজ্ঞানৰ অৱয়ব সমূহৰ ভোতিক ধৰ্ম আৰু সিহঁতৰ পৰস্পৰে পৰস্পৰৰ ওপৰত কৰা ক্ৰিয়াৰ অলোচনা কৰা হয়।