আইজাক নিউটন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছাৰ আইজাক নিউটন
Head and shoulders portrait of man in black with shoulder-length grey hair, a large sharp nose, and an abstracted gaze
গডফ্ৰে নেলাৰএ ১৬৮৯ চনত অঁকা আইজাক নিউটনৰ প্ৰতিকৃতি
(৪৬ বছৰ বয়স)
জন্ম ডিচেম্বৰ ২৫, ১৬৪২
[NS: 4 January 1643][1]
লিংকনশ্বিয়াৰ (Lincolnshire), ইংলেণ্ড
মৃত্যু মাৰ্চ ২০, ১৭২৭ (৮৪ বছৰ)
[NS: 31 March 1727][1]
কেনচিংষ্টন, মিডলচেক্স, ইংলেণ্ড
বাসস্থান ইংলেণ্ড
জাতীয়তা ইংলিছ
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান, গণিত, জ্যোৰ্তি বিজ্ঞান, natural philosophy, alchemy, Christian theology
প্ৰতিষ্ঠান কেমব্ৰিজ বিশ্ববিদ্যালয়
ৰয়েল ছছায়টি
ৰয়েল মিণ্ট
শিক্ষানুষ্ঠান ট্ৰিনিটি কলেজ, কেমব্ৰিজ
শৈক্ষিক পৰামৰ্শদাতা আইজাক বেৰ' (Isaac Barrow) [2]
বেঞ্জামিন পুলেইন (Benjamin Pulleyn)[3][4]
উল্লেখযোগ্য ছাত্ৰ ৰ'জাৰ ক'টছ (Roger Cotes)
ৱিলিয়াম হুইষ্টন (William Whiston)
জনা যায় নিউটনিয়ান মেকানিকছ (Newtonian mechanics)
মহাকৰ্ষণীয় বিশ্বজনীন (Universal gravitation)
Infinitesimal calculus
Optics
Binomial series
Newton's method
Philosophiæ Naturalis Principia Mathematica
প্ৰভাৱ হেনৰি ম'ৰে (Henry More)[5]
প'লিছ ব্ৰেথৰেন (Polish Brethren)[6]
প্ৰাভাৱ পেলাইছিল জন কেইল (John Keill)
নিক'লাছ ফাটিঅ' ডি ডুইলাৰ (Nicolas Fatio de Duillier)
Signature
Is. Newton
Notes
তেওঁৰ মাতৃৰ নাম আছিল হান্নাহ অ'চকফ্ (Hannah Ayscough)

একেধাৰে পদাৰ্থ বিজ্ঞানী, গণিতজ্ঞ, জ্যোতিবিজ্ঞানী, প্ৰাকৃতিক দাৰ্শনিক (Natural Philosopher), ৰসায়ন বিজ্ঞনী, ধৰ্মতাত্বিক ইংৰাজ ৰয়েল চচাইটিৰ সদস্য চাৰ আইজাক নিউটন ইতিহাসৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তি সকলৰ ভিতৰত অন্যতম । ১৬৮৭ চনত প্ৰকাশ হোৱা Philosophiæ Naturalis Principia Mathematica (সাধাৰণ ভাবে PRINCIPIA) বিজ্ঞান ইতিহাসত এখন গুৰুত্তপূৰ্ণ গ্ৰন্থ । এই গ্ৰন্থত বল গতি বিজ্ঞানৰ সেই বিখ্যাত নিউটনৰ তিনি সূত্ৰৰ আৰু মধ্যাকৰ্ষণ শক্তিৰ কথা বাখ্যা আছে । কেপ্লাৰৰ গহ গতি ধাৰণা তেখেতৰ সূত্ৰৰ সহায়ত প্ৰমাণ হয় । তেখেতৰ আবিস্কৰৰ বলতেই পৃতিৱীক কেন্দ্ৰ কৰি ঘূৰা ব্ৰহ্মাণ্ডৰ ধাৰণাৰ ইতি পৰে । নিউটনে প্ৰথমে ব্যবহাৰিক প্ৰতিফলন দূৰবীণ সাজি উলিয়ায় । পোহৰ বৰ্ণালীৰ ধাৰণাত তেখেতৰ বৰঙণি লেখত লব লগীয়া । শীতলী ভবনৰ সূত্ৰ তেখেতৰেই সৃষ্টি । শব্দৰ গতি সম্বান্ধেও তেখেতে যথেষ্ট তথ্য আগবঢ়াইছে। কলন গণিত (Calculus) ৰ ক্ষেত্ৰত তেখেতৰ বৰঙণি অনবদ্য। ২০০৫ চনত এক সমীক্ষাত বিভিন্ন বিজ্ঞানী সমাজ আৰু জনসাধাৰনণৰ পৰা জানিব পৰা গ’ল যে আইনষ্টাইনতকৈ নিউটনৰ অৱদান বিজ্ঞান জগতত বহু বেছি । মানৱ জগতলৈ বুলি চালে অৱশ্যে দুয়োজন অৱদান প্ৰায় সমান।




তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; OSNS নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. Mordechai Feingold, Barrow, Isaac (1630–1677), Oxford Dictionary of National Biography, Oxford University Press, September 2004; online edn, May 2007; accessed 24 February 2009; explained further in Mordechai Feingold " Newton, Leibniz, and Barrow Too: An Attempt at a Reinterpretation"; Isis, Vol. 84, No. 2 (June, 1993), pp. 310–338
  3. Dictionary of Scientific Biography, Newton, Isaac, n.4
  4. Gjersten, Derek (1986). The Newton Handbook. প্ৰকাশক London: Routledge & Kegan Paul. 
  5. Westfall, Richard S. (1983) [1980]. Never at Rest: A Biography of Isaac Newton. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 530–1. ISBN 978-0-521-27435-7. 
  6. [পৃষ্ঠাৰ নংৰ প্ৰয়োজন]Snobelen, Stephen D. (1999). "Isaac Newton, heretic: the strategies of a Nicodemite" (PDF). British Journal for the History of Science খণ্ড 32 (4): 381–419. doi:10.1017/S0007087499003751. http://www.isaac-newton.org/heretic.pdf. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

নিউটনৰ লিখনি