আইজাক নিউটনৰ নামেৰে নামকৰণ কৰা বস্তুসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইখন ছাৰ আইজাক নিউটনৰ নামেৰে নামাকৰণ কৰা বস্তুসমূহৰ এখন তালিকা।

গণিতশাস্ত্ৰ[সম্পাদনা কৰক]

  • গাউচ-নিউটন এলগ'ৰিথম (Gauss–Newton algorithm)
  • নিউটন-ক'টছ্ সূত্ৰ (Newton–Cotes formulas)
  • নিউটন-অ'কাউনক'ভ দেহ(Newton–Okounkov body)
  • নিউটন-পেপিজ সমস্যা (Newton–Pepys problem)
  • নিউটন ভগ্ন (Newton fractal)
  • নিউটনৰ অভিন্নতা (Newton's identities)
  • নিউটনৰ অসমতা (Newton's inequalities)
  • নিউটন-ৰাফচন (Newton–Raphson)
  • অপ্তিমাইজেছনত নিউটনৰ পদ্ধতি (Newton's method in optimization)
  • নিউটনৰ সাংকেতিক চিহ্ন (Newton's notation)
  • নিউটন সংখ্যা (গণিত) (Newton number (mathematics))
  • নিউটন বহুভূজ (Newton polygon)
  • নিউটন বহুপদ (Newton polynomial)
  • নিউটন শ্ৰেণী (সসীম পাৰ্থক্য) (Newton series (finite differences))
  • ডিম্বাকৃতি সম্পৰ্কে নিউটনৰ উপপাদ্য (Newton's theorem about ovals)
  • খণ্ডিত নিউটন পদ্ধতি (Truncated Newton method)

পদাৰ্থ বিজ্ঞান[সম্পাদনা কৰক]

  • নিউটনৰ বাকেট (Newton's bucket)
  • নিউটনৰ কেননবল (Newton's cannonball)
  • নিউটনৰ ধ্ৰুৱক (Newton's constant)
  • নিউটনৰ দোলনা (Newton's cradle)
  • নিউটন ডিস্ক (Newton disc)
  • নিউটন-কাৰ্টান সূত্ৰ (Newton–Cartan theory)
  • নিউটন-ইউলাৰ সমীকৰণ (Newton–Euler equations)
  • নিউটনৰ শীতলীকৰণ সূত্ৰ (Newton's law of cooling)
  • নিউটনৰ গতিবিষয়ক সূত্ৰ (Newton's laws of motion)
  • নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ (Newton's law of universal gravitation)
  • নিউটনৰ ধাতু (Newton's metal)
  • নিউটন সংখ্যা (পদাৰ্থ বিজ্ঞান) (Newton number (Physics))
  • নিউটনৰ প্ৰতিফলক (Newton's reflector)
  • নিউটনৰ বৃত্ত (Newton's rings)
  • নিউটনৰ ঘূৰ্ণীয় গোলকৰ যুক্তি (Newton's rotating sphere argument)
  • নিউটন স্কেল (Newton scale)
  • নিউটনৰ গোলক উপপাদ্য (Newton's sphere theorem)
  • নিউটন টেলিস্ক'প (Newton telescope)
  • ঘূৰ্ণীয় কক্ষপথৰ নিউটনৰ সূত্ৰ (Newton's theorem of revolving orbits)
  • স্ক্ৰ'ডিঞ্জাৰ-নিউটন সমীকৰণ (Schrödinger–Newton equations)
  • নিউটন (একক) (Newton (unit))

নিউটনীয়[সম্পাদনা কৰক]

  • নিউটনিয়ানিজম (Newtonianism)
  • নিউটনীয় ব্ৰহ্মাণ্ডতত্ত্ব (Newtonian cosmology)
  • নিউটনীয় গতিবিজ্ঞান (Newtonian dynamics)
  • নিউটনীয় তৰল (Newtonian fluid)
    • অ-নিউটনীয় তৰল (Non-Newtonian fluids)
  • নিউটনীয় বলবিজ্ঞান (Newtonian mechanics)
  • নিউটনীয় টেলিস্ক'প (Newtonian telescope)
  • প'ষ্ট-নিউটনীয় প্ৰসাৰণ (Post-Newtonian expansion)
  • প'ষ্ট-নিউটনীয় ফৰ্মেলিজম (Post-Newtonian formalism)

অন্যান্য[সম্পাদনা কৰক]

  • আইজাক নিউটন ইনষ্টিটিউট (Issac Newton Institute)
  • আইজাক নিউটন টেলিস্ক'প (Isaac Newton Telescope)
  • নিউটন (ব্লেক) (Newton (Blake)), উইলিয়াম ব্লেকৰ দ্বাৰা অংকিত নিউটনৰ চিত্ৰ
  • নিউটন উপনগৰ (Newton Township), অ'হিও, আমেৰিকা
  • নিউটন (প্লেটফৰ্ম) (Newton (Platform)), ১৯৯০ চনত Apple Incৰ দ্বাৰা বিকশিত এটা ব্যক্তিগত ডিজিটেল সহায়ক
  • ছাৰ আইজাক নিউটন ছিক্সথ্ ফ'ৰ্ম (Sir Isaac Newton Sixth Form), এখন বিষাৰদ গণিত আৰু বিজ্ঞান বিদ্যালয়

লগতে চাওক[সম্পাদনা কৰক]