নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে,

বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।

[1]

বাখ্যা[সম্পাদনা কৰক]

NewtonsLawOfUniversalGravitation.svg

ধৰাহ'ল, আৰু ভৰৰ দুটা কণাক পৰস্পৰ দূৰত্বত ৰখা হৈছে। নিউটনৰ সূত্ৰ অনুসৰি দুয়োটা কণাই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিছে। ভৰৰ কণাই ভৰৰ কণাটোক বলৰ দ্বাৰা আৰু ভৰৰ কণাই ভৰৰ কণাটোক বলৰ দ্বাৰা আকৰ্ষণ কৰিছে, অৰ্থাৎ । আকৌ ধৰাহ'ল । নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰমতে,

য'ত হৈছে মহাকৰ্ষণিক ধ্ৰুৱক। মহাকৰ্ষণিক ধ্ৰুৱকক বিশ্বজনীন ধ্ৰুৱক বুলিও কোৱা হয়। ৰ মান হ'ল, [2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]