ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা  
Cover
লেখক ছাৰ আইজাক নিউটন
শিৰোনাম Philosophiæ Naturalis Principia Mathematica
ভাষা লেটিন
প্ৰকাশ ১৬৮৭
ইংৰাজীত
প্ৰকাশ
১৭২৮
এল চি শ্ৰেণীকৰণ QA803 .A53

ফিলোছ'ফিয়া নেচাৰেলিচ প্ৰিন্সিপিয়া মেথেমেটিকা (লেটিন: Philosophiæ Naturalis Principia Mathematica, ইংৰাজী: Mathematical Principles of Natural Philosophy)[1] চমুকৈ, “প্ৰিন্সিপিয়া” হ'ল ১৬৮৭ চনৰ ৫ জুলাইত প্ৰকাশিত[2][3] ইংৰাজী গণিতজ্ঞ তথা বিজ্ঞানী ছাৰ আইজাক নিউটনৰ এখন বিখ্যাত গ্ৰন্থ। প্ৰথম সংস্কৰণৰ নিউটনৰ ব্যক্তিগত প্ৰতিলিপিৰ ব্যাখ্যা আৰু সংশোধন কৰাৰ পাছত[4] ১৭১৩ আৰু ১৭২৬ চনত পুনৰ দুটা সংস্কৰণ প্ৰকাশ কৰে।[5] পদাৰ্থবিজ্ঞানৰ তিনিটা গুৰুত্বপূৰ্ণ বিষয় প্ৰিন্সিপিয়াত উল্লেখ আছে; বিষয়তিনিটা হ'ল ক্ৰমে নিউটনৰ গতিবিষয়ক সূত্ৰসমূহ, নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ আৰু কেপলাৰৰ গ্ৰহ গতি সম্পৰ্কীয় সূত্ৰসমূহ। বিজ্ঞানৰ ইতিহাসত সবাতোকৈ গুৰুত্বপূৰ্ণ কৰ্মবোৰৰ ভিতৰত প্ৰিন্সিপিয়া অন্যতম।[6] নিউটনৰ ভৌতিক তত্ত্বসমূহ প্ৰমাণ কৰিবলৈ নিউটনে গণিতৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰিছিল যাৰ নাম কলন গণিত আৰু এই কলন গণিত ব্যৱহাৰ কৰিয়েই নিউটনে তত্ত্বসমূহ প্ৰমাণ কৰিছিল।


ছাৰ আইজাক নিউটন (১৬৪৩–১৭২৭) প্ৰিন্সিপিয়াৰ লেখক
প্ৰিন্সিপিয়াৰ নিউটনৰ প্ৰতিলিপি

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

লেটিন সংস্কৰণ[সম্পাদনা কৰক]

প্ৰথম সংস্কৰণ (১৬৮৭)[সম্পাদনা কৰক]

দ্বিতীয় সংস্কৰণ (১৭১৩)[সম্পাদনা কৰক]

তৃতীয় সংস্কৰণ (১৭২৬)[সম্পাদনা কৰক]

পৰৱৰ্তী লেটিন সংস্কৰণ[সম্পাদনা কৰক]

ইংৰাজী অনুবাদ[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Mathematical Principles of Natural Philosophy", Encyclopædia Britannica, প্ৰকাশক London, http://www.britannica.com/EBchecked/topic/369153/The-Mathematical-Principles-of-Natural-Philosophy 
  2. Among versions of the Principia online: [1].
  3. Volume 1 of the 1729 English translation is available as an online scan; limited parts of the 1729 translation (misidentified as based on the 1687 edition) have also been transcribed online.
  4. Newton, Isaac. "Philosophiæ Naturalis Principia Mathematica (Newton's personally annotated 1st edition)". http://cudl.lib.cam.ac.uk/view/PR-ADV-B-00039-00001/. 
  5. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; variorum নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. J M Steele, University of Toronto, (review online from Canadian Association of Physicists) Archived 1 April 2010 at the Wayback Machine of N Guicciardini's "Reading the Principia: The Debate on Newton’s Mathematical Methods for Natural Philosophy from 1687 to 1736" (Cambridge UP, 1999), a book which also states (summary before title page) that the "Principia" "is considered one of the masterpieces in the history of science".