| বড়োলেণ্ড বিশ্ববিদ্যালয় |
|---|
 |
| মূলমন্ত্ৰ |
श्रद्धावान् लभते ज्ञानम् (Reverent attains wisdom) |
|---|
| স্থাপিত |
২০০৯ |
|---|
| ধৰণ |
ৰাজহুৱা |
|---|
| আচাৰ্য |
অসমৰ ৰাজ্যপাল |
|---|
| উপাচাৰ্য |
অধ্যাপক ড° বাবুলাল আহুজা |
|---|
| স্থান |
কোকৰাঝাৰ, অসম, ভাৰত |
|---|
| চৌহদ |
উপ-চহৰাঞ্চল |
|---|
| ৱেবছাইট |
www.bodolanduniversity.ac.in |
বড়োলেণ্ড বিশ্ববিদ্যালয় (ইংৰাজী: Bodoland University) অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। অসম বিধানসভাত প্ৰস্তাৱিত "বড়োলেণ্ড বিশ্ববিদ্যালয় বিধেয়ক, ২০০৯"(Bodoland University Act 2009) অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপিত হৈছিল।[1] সমগ্ৰ নামনি অসমৰ শৈক্ষিক উন্নতিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদেশ আৰু নেপালৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে। বৰ্তমান অধ্যাপক ডঃ হেমন্ত কুমাৰ বৰুৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য।[2]
- অসমীয়া বিভাগ
- অৰ্থনীতি বিভাগ
- বড়ো বিভাগ
- ইংৰাজী বিভাগ
- বুৰঞ্জী বিভাগ
- ৰাজনীতি-বিজ্ঞান বিভাগ
- উদ্ভিদ বিজ্ঞান বিভাগ
- প্ৰাণী বিজ্ঞান বিভাগ
- বাঁহ-প্ৰযুক্তি বিভাগ
- ভূ-তত্ত্ব বিভাগ
- ৰসায়ন-বিজ্ঞান বিভাগ
- গণিত বিভাগ
- কম্পিউটাৰ বিজ্ঞান বিভাগ
- পদাৰ্থ-বিজ্ঞান বিভাগ
- বাণিজ্যিক প্ৰশাসন বিভাগ
- জৈৱ-প্ৰযুক্তি বিভাগ
- ↑ "UGC State University Assam". UGC. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 8 September 2014.
- ↑ "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304110316/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1513/at09। আহৰণ কৰা হৈছে: 2015-11-07.
অসমৰ বিশ্ববিদ্যালয়সমূহ |
|---|
| | কেন্দ্ৰীয় | |
|---|
| | ৰাজ্যিক | |
|---|
| | বেচৰকাৰী | |
|---|
| | সম্ভাৱ্য | |
|---|
|
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
|---|
| | গৱেষণা কেন্দ্ৰ | |
|---|
| | বিশ্ববিদ্যালয় | |
|---|
| | অভিযান্ত্ৰিক মহাবিদ্যালয় | |
|---|
| | চিকিৎসা মহাবিদ্যালয় | |
|---|
| | ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
|---|
| | অন্যান্য মহাবিদ্যালয় | |
|---|
|