সমললৈ যাওক

শিলচৰ চিকিৎসা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিলচৰ চিকিৎসা মহাবিদ্যালয়
ভৌগলিক
অৱস্থান শিলচৰ, কাছাৰ, অসম, ভাৰত
সংস্থান
Affiliated university অসম বিশ্ববিদ্যালয়,
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ২০১০ চনৰ পৰা
সেৱাসমূহ
বিচনা ৮০৬
ইতিহাস
প্ৰতিষ্ঠা ১৯৬৮
সংযোগসমূহ
ৱেবছাইট smcassam.gov.in
তালিকা

শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক সেৱা আগবঢ়ায়।

থোৰতে শিলচৰ চিকিৎসা মহাবিদ্যালয়

[সম্পাদনা কৰক]
মহাবিদ্যালয়খনৰ স্থাপন১৯৬৮
ভাৰতীয় চিকিৎসা পৰিষদৰ স্বীকৃতি১৯৭৬
চিকিৎসা বিজ্ঞানৰ স্নাতকৰ আসন১০০
চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ আসন৭১
বৰ্তমান চিকিৎসা বিজ্ঞানৰ স্নাতকৰ ৰোল নং৩৮৬
বৰ্তমান চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ৰোল নং১২২
অধ্যাপকৰ সংখ্যা১৭২
মুঠ মাটি (বিঘা)৬২০

পাঠ্যক্ৰম

[সম্পাদনা কৰক]
  • পাঁচ বছৰ আৰু ছমহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম
  • দুবছৰীয়া এম.ডি. আৰু এম.এছ. স্নাতকোত্তৰ পাঠ্যক্ৰম
  • ফাৰ্মাচীৰ ডিপ্লমা পাঠ্যক্ৰম
  • নাৰ্চিংৰ জিএনএম পাঠ্যক্ৰম
  • লেবৰটৰী টেকনিচিয়ান পাঠ্যক্ৰম
  • ৰেডিঅ'গ্ৰাফীৰ প্ৰশিক্ষণ
  • নাৰ্চিংৰ স্নাতক পাঠ্যক্ৰম

বিভিন্ন বিভাগ

[সম্পাদনা কৰক]
  • অৰ্থ’পেডিক্স্ বিভাগ
  • ই এন টি বিভাগ
  • এনাস্থেচিয়’ল’জি বিভাগ
  • কমিউনিটি মেডিচিন বিভাগ
  • চকু-চিকিৎসা বিভাগ
  • চৰ্মৰোগ বিভাগ
  • জৈৱ-ৰাসায়নিক বিভাগ
  • যক্ষ্মাৰোগ বিভাগ
  • দন্ত-চিকিৎসা বিভাগ
  • পেৰামেডিকেল বিভাগ
  • প্লাষ্টিক চাৰ্জাৰি বিভাগ
  • ফাৰ্মাক’লজি বিভাগ
  • ফিজিঅ’লজি বিভাগ
  • ফৰেনচিক মেডিচিন বিভাগ
  • মাইক্ৰ’বায়লজি বিভাগ
  • মানসিক ৰোগ বিভাগ
  • মেডিচিন বিভাগ
  • ৰেডিঅ’ডায়েগন’চিচ বিভাগ
  • ৰোগতত্ত্ব বিভাগ
  • শিশু-চিকিৎসা বিভাগ
  • শৈল্য-চিকিৎসা বিভাগ
  • শৰীৰতত্ত্ব বিভাগ
  • স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
  • স্নায়ুৰোগ বিভাগ
  • হৃদৰোগ বিভাগ

চিত্ৰমালা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]