কাছাৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাছাৰৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ৱিকিপিডিয়া:চমু প্ৰবন্ধ এয়া এক চমু প্ৰবন্ধ আৰু ইয়াক বহলাই লিখা প্ৰয়োজন। সহায়ৰ বাবে ইয়াত ক্লিক কৰক

কাছাৰ জিলা
—  অসমৰ জিলা  —
অসমত কাছাৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ বৰাক উপত্যকা
সদৰ শিলচৰ
মহকুমা শিলচৰ, লক্ষীপুৰ
চৰকাৰ
 - লোকসভা সমষ্টি শিলচৰ
 - বিধানসভা সমষ্টি শিলচৰ (৯), সোণাই (১০), ধলাই (১১), উদাৰবন্দ (১২), লক্ষীপুৰ (১৩), বৰখলা (১৪), কাটিগড়া (১৫)
মাটিকালি
 - মুঠ ৩,৭৮৬ কি.মি. 
(১,৪৬১.৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ১৭,৩৬,৬১৭ জন
 - জনঘনত্ব ৪৫৮.৭ প্ৰতি বৰ্গ কি.মি. 
(১,১৮৮ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৭৯.৩৪%
 - লিংগ অনুপাত ৯৫৯
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 25°05′N 92°55′E / 25.083°N 92.917°E / 25.083; 92.917স্থানাংক: 25°05′N 92°55′E / 25.083°N 92.917°E / 25.083; 92.917
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল।

অৰ্থনীতি[সম্পাদনা কৰক]

শিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. census2011.co.in. "Cachar District : Census 2011". http://www.census2011.co.in/census/district/144-cachar.html। আহৰণ কৰা হৈছে: 29 December 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]