অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল। ১৯৭৬ চনৰ পৰা ইয়াৰে ৮টা সমষ্টি অনুসূচীত জাতি প্ৰাৰ্থীৰ আৰু ১৬টা সমষ্টি অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

সমষ্টিসমূহৰ তালিকা (১৯৭৬ চনৰ পৰা)[সম্পাদনা কৰক]

তলত অসম বিধানসভাৰ সমষ্টি সমূহৰ তালিকাখন দিয়া হ'ল। এই তালিকাখন ১৯৭৬ চনত গ্ৰহণ কৰা তালিকাখনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে:

জিলা নাম সংৰক্ষিত আসন (অনুসূচীত জাতি/অনুসূচীত জনজাতি) জিলা ভোটাৰৰ সংখ্যা (২০১১)[1] লোকসভা সমষ্টি
ৰাতাবাৰী অনুসূচীত জাতি কৰিমগঞ্জ ১৩৮,০২০ কৰিমগঞ্জ
পাথাৰকাণ্ডি নাই কৰিমগঞ্জ ১৪২,৯২৩ কৰিমগঞ্জ
কৰিমগঞ্জ উত্তৰ নাই কৰিমগঞ্জ ১৫৭,৮৩২ কৰিমগঞ্জ
কৰিমগঞ্জ দক্ষিণ নাই কৰিমগঞ্জ ১৪৪,১০৩ কৰিমগঞ্জ
বদৰপুৰ নাই কৰিমগঞ্জ ১২৯,৩৬৩ কৰিমগঞ্জ
হাইলাকান্দি নাই হাইলাকান্দি ১৩১,৭৮৬ কৰিমগঞ্জ
কটলীছেৰা নাই হাইলাকান্দি ১৪৬,২৬৮ কৰিমগঞ্জ
আলগাপুৰ নাই হাইলাকান্দি ১৩১,৬২৪ কৰিমগঞ্জ
শিলচৰ নাই কাছাৰ ১৯৫,৫২৭ শিলচৰ
১০ সোণাই নাই কাছাৰ ১৩৭,৩৬৬ শিলচৰ
১১ ধলাই অনুসূচীত জাতি কাছাৰ ১৩৯,৬৬৬ শিলচৰ
১২ উধাৰব্ণ্ড নাই কাছাৰ ১২৭,২১৯ শিলচৰ
১৩ লখিপুৰ নাই কাছাৰ ১২৭,৩৫০ শিলচৰ
১৪ বাৰখোলা নাই কাছাৰ ১১৩,২৩২ শিলচৰ
১৫ কাতিগৰা নাই কাছাৰ ১৩৭,৪২২ শিলচৰ
১৬ হাফলঙ অনুসূচীত জনজাতি ডিমা হাচাও ১৩০,৩৯০ স্বায়ত্ত্বশাসিত জিলা
১৭ বোকাজান অনুসূচীত জনজাতি কাৰ্বি আংলং ১৩১,৭৫৪ স্বায়ত্ত্বশাসিত জিলা
১৮ হাওৰাঘাট অনুসূচীত জনজাতি কাৰ্বি আংলং ১০৮,২৪৬ স্বায়ত্ত্বশাসিত জিলা
১৯ ডিফু অনুসূচীত জনজাতি কাৰ্বি আংলং ১৬৫,৪২৪ স্বায়ত্ত্বশাসিত জিলা
২০ বৈঠালাংছ' অনুসূচীত জনজাতি কাৰ্বি আংলং ১৭৪,৪০৫ স্বায়ত্ত্বশাসিত জিলা
২১ মানকাচৰ নাই দক্ষিণ শালমৰা-মানকাচৰ ১৫৫,১৭৮ ধুবুৰী
২২ শালমৰা দক্ষিণ নাই দক্ষিণ শালমৰা-মানকাচৰ ১৪১,৯১৫ ধুবুৰী
২৩ ধুবুৰী নাই ধুবুৰী ১৫৩,৩৮০ ধুবুৰী
২৪ গৌৰীপুৰ নাই ধুবুৰী ১৫৬,৫৫৯ ধুবুৰী
২৫ গোলকগঞ্জ নাই ধুবুৰী ১৫৫,৮০১ ধুবুৰী
২৬ বিলাসীপাৰা পশ্চিম নাই ধুবুৰী ১২৮,৩৩০ ধুবুৰী
২৭ বিলাসীপাৰা পূব নাই ধুবুৰী ১৬৪,২৩৮ ধুবুৰী
২৮ গোসাইগাঁও নাই কোকৰাঝাৰ ১৫৯,৯০৬ কোকৰাঝাৰ
২৯ কোকৰাঝাৰ পশ্চিম অনুসূচীত জনজাতি কোকৰাঝাৰ ১৪৬,৯৬৮ কোকৰাঝাৰ
৩০ কোকৰাঝাৰ পূব অনুসূচীত জনজাতি কোকৰাঝাৰ ১৪৭,৫০০ কোকৰাঝাৰ
৩১ ছিদলী অনুসূচীত জনজাতি চিৰাং ১৬০,৯২৪ কোকৰাঝাৰ
৩২ বঙাইগাঁও নাই বঙাইগাঁও ১৪৪,৪৮৪ বৰপেটা
৩৩ বিজনী নাই চিৰাং ১১১,৬৬৮ কোকৰাঝাৰ
৩৪ অভয়াপুৰী উত্তৰ নাই বঙাইগাঁও ১২৫,৩০৪ বৰপেটা
৩৫ অভয়াপুৰী দক্ষিণ অনুসূচীত জাতি বঙাইগাঁও ১৪৫,৯২৫ বৰপেটা
৩৬ দুধনৈ অনুসূচীত জনজাতি গোৱালপাৰা ১৫১,৮৮৪ গুৱাহাটী
৩৭ গোৱালপাৰা পূব নাই গোৱালপাৰা ১৬১,৭১৭ ধুবুৰী
৩৮ গোৱালপাৰা পশ্চিম নাই গোৱালপাৰা ১২৭,০০৫ ধুবুৰী
৩৯ জলেশ্বৰ নাই গোৱালপাৰা ১১৯,২৮৮ ধুবুৰী
৪০ সৰভোগ নাই বৰপেটা ১৬০,১৮৬ কোকৰাঝাৰ
৪১ ভৱানীপুৰ নাই বৰপেটা ১১৭,৩৯৬ কোকৰাঝাৰ
৪২ পাটছাৰকুছি নাই বৰপেটা ১২৪,৯৯৩ বৰপেটা
৪৩ বৰপেটা নাই বৰপেটা ১৫৪,৩৪৩ বৰপেটা
৪৪ জনীয়া নাই বৰপেটা ১৩৬,৯৩৯ বৰপেটা
৪৫ বাঘবৰ নাই বৰপেটা ১০৮,০৭৬ বৰপেটা
৪৬ সৰুক্ষেত্ৰী নাই বৰপেটা ১৪৯,৫৪৭ বৰপেটা
৪৭ চেঙা নাই বৰপেটা ১০৫,৪৮২ বৰপেটা
৪৮ বকো অনুসূচীত জাতি কামৰূপ ১৭০,৩৩৪ গৌহাটী
৪৯ ছয়গাঁও নাই কামৰূপ ১৪০,১৩৭ গুৱাহাটী
৫০ পলাশবাৰী নাই কামৰূপ ১৩০,৪৫৩ গুৱাহাটী
৫১ জালুকবাৰী নাই কামৰূপ মহানগৰ ১৬৭,৫৯৭ গুৱাহাটী
৫২ দিছপুৰ নাই কামৰূপ মেট্ৰ ৩১৮,২৮২ গুৱাহাটী
৫৩ গুৱাহাটী পূব নাই কামৰূপ মেট্ৰ ২২৬,৭৫১ গুৱাহাটী
৫৪ গুৱাহাটী পশ্চিম নাই কামৰূপ মহানগৰ ২৩৯,১১৭ গুৱাহাটী
৫৫ হাজো নাই কামৰূপ ১৩৮,১৪১ গুৱাহাটী
৫৬ কমলপুৰ নাই কামৰূপ ১৪৪,০৬৪ মংগলদৈ
৫৭ ৰঙিয়া নাই কামৰূপ ১৫৬,২৭০ মংগলদৈ
৫৮ তামোলপুৰ নাই বাক্সা ১৫৮,৫৩৪ কোকৰাঝাৰ
৫৯ নলবাৰী নাই নলবাৰী ১৫৮,৫২৭ মংগলদৈ
৬০ বৰক্ষেত্ৰী নাই নলবাৰী ১৫৩,২৪৪ গুৱাহাটী
৬১ ধৰ্মপুৰ নাই নলবাৰী ১২৭,০০৫ বৰপেটা
৬২ বৰমা অনুসূচীত জনজাতি বাক্সা ১৩৩,৬৪৩ কোকৰাঝাৰ
৬৩ চাপাগুৰি অনুসূচীত জনজাতি বাক্সা ১২৯,৩০২ কোকৰাঝাৰ
৬৪ পানেৰী নাই ওদালগুৰি ১২৫,২১০ মংগলদৈ
৬৫ কলাইগাঁও নাই দৰং ১৪২,৮৬৩ মংগলদৈ
৬৬ ছিপাঝাৰ নাই দৰং ১৪৯,৬১০ মংগলদৈ
৬৭ মংগলদৈ অনুসূচীত জাতি দৰং ১৮৬,৭৮৯ মংগলদৈ
৬৮ দলগাঁও নাই দৰং ১৬৫,৮০৩ মংগলদৈ
৬৯ ওদালগুৰি অনুসূচীত জনজাতি ওদালগুৰি ১২৭,৯০৬ মংগলদৈ
৭০ মাজবাট নাই ওদালগুৰি ১১৯,৬২৮ মংগলদৈ
৭১ ঢেকীয়াজুলি নাই শোণিতপুৰ ১৬৬,৬০০ তেজপুৰ
৭২ বৰচলা নাই শোণিতপুৰ ১৩২,১২১ তেজপুৰ
৭৩ তেজপুৰ নাই শোণিতপুৰ ১৫১,৯১৩ তেজপুৰ
৭৪ ৰঙাপাৰা নাই শোণিতপুৰ ১৩৩,৬৫৬ তেজপুৰ
৭৫ চতিয়া নাই শোণিতপুৰ ১৫০,৩৫৪ তেজপুৰ
৭৬ বিশ্বনাথ নাই বিশ্বনাথ ১৩১,০৫৮ তেজপুৰ
৭৭ বিহালী নাই বিশ্বনাথ ১০০,০৭২ তেজপুৰ
৭৮ গহপুৰ নাই বিশ্বনাথ ১৬০,১৮৭ তেজপুৰ
৭৯ জাগীৰোড অনুসূচীত জাতি মৰিগাঁও ১৭৮,১৪৮ নগাঁও
৮০ মৰিগাঁও নাই মৰিগাঁও ১৫০,৮৫৬ নগাঁও
৮১ লাহৰীঘাট নাই মৰিগাঁও ১৩৭,৭৩০ নগাঁও
৮২ ৰহা অনুসূচীত জাতি নগাঁও ১৭১,৭০৭ নগাঁও
৮৩ ধিং নাই নগাঁও ১৫৭,৩২৭ কলিয়াবৰ
৮৪ বটদ্ৰৱা নাই নগাঁও ১৩০,৮৮৩ কলিয়াবৰ
৮৫ ৰূপহীহাট নাই নগাঁও ১৪৩,০৭১ কলিয়াবৰ
৮৬ নগাঁও নাই নগাঁও ১৫৮,৫৫০ নগাঁও
৮৭ বঢ়মপুৰ নাই নগাঁও ১৪৯,৫৬৪ নগাঁও
৮৮ চামগুৰি নাই নগাঁও ১২৮,৬৫৯ কলিয়াবৰ
৮৯ কলিয়াবৰ নাই নগাঁও ১১৩,৭৭১ কলিয়াবৰ
৯০ যমুনামুখ নাই হোজাই ১৫৫,৯৭৭ নগাঁও
৯১ হোজাই নাই হোজাই ২০৪,০৭৪ নগাঁও
৯২ লামডিং নাই হোজাই ১৭২,৬৫০ নগাঁও
৯৩ বোকাখাট নাই গোলাঘাট ১১৮,৭৮৪ কলিয়াবৰ
৯৪ সৰুপথাৰ নাই গোলাঘাট ১৯৮,৪৭০ কলিয়াবৰ
৯৫ গোলাঘাট নাই গোলাঘাট ১৬১,৮১৭ কলিয়াবৰ
৯৬ খুমটাই নাই গোলাঘাট ১১২,৪৮৬ কলিয়াবৰ
৯৭ ডেৰগাঁও অনুসূচীত জাতি যোৰহাট ১৩৬,৫৭০ কলিয়াবৰ
৯৮ যোৰহাট নাই যোৰহাট ১৫৩,৫১৭ যোৰহাট
৯৯ মাজুলী অনুসূচীত জনজাতি মাজুলী ১০৭,৮৩৭ লখিমপুৰ
১০০ তিতাবৰ নাই যোৰহাট ১২৩,৫২৯ যোৰহাট
১০১ মৰিয়নি নাই যোৰহাট ১০৪,২৮৩ যোৰহাট
১০২ টিয়ক নাই যোৰহাট ১১৩,২০৩ যোৰহাট
১০৩ আমগুৰি নাই শিৱসাগৰ ১০৯,৭২৩ যোৰহাট
১০৪ নাজিৰা নাই শিৱসাগৰ ১১২,৮১০ যোৰহাট
১০৫ মাহমৰা নাই শিৱসাগৰ ১১৪,৯৯৫ যোৰহাট
১০৬ সোণাৰি নাই চৰাইদেউ ১৪৬,৭০০ যোৰহাট
১০৭ থাওঁৰা নাই শিৱসাগৰ ৯৪,৮৩৩ যোৰহাট
১০৮ শিৱসাগৰ নাই শিৱসাগৰ ১৩৫,৪৭৮ যোৰহাট
১০৯ বিহপুৰীয়া নাই লখিমপুৰ ১২০,৯১৪ তেজপুৰ
১১০ নাওবৈচা নাই লখিমপুৰ ১৫৫,৯৭৩ লখিমপুৰ
১১১ লখিমপুৰ নাই লখিমপুৰ ১৪১,৩৬৩ লখিমপুৰ
১১২ ঢকুৱাখানা অনুসূচীত জনজাতি লখিমপুৰ ১৫৪,৬২২ লখিমপুৰ
১১৩ ধেমাজী অনুসূচীত জনজাতি ধেমাজী ১৮৬,২৮১ লখিমপুৰ
১১৪ জোনাই অনুসূচীত জনজাতি ধেমাজী ২৩২,৬৬৯ লখিমপুৰ
১১৫ মৰাণ নাই ডিব্ৰুগড় ১১৫,৩০৭ ডিব্ৰুগড়
১১৬ ডিব্ৰুগড় নাই ডিব্ৰুগড় ১২৪,৮৭৪ ডিব্ৰুগড়
১১৭ লাহোৱাল নাই ডিব্ৰুগড় ১১৮,১৩৫ ডিব্ৰুগড়
১১৮ দুলিয়াজান নাই ডিব্ৰুগড় ১৩৬,৭৫৯ ডিব্ৰুগড়
১১৯ টিংখং নাই ডিব্ৰুগড় ১১৫,৮৭৩ ডিব্ৰুগড়
১২০ নাহৰকটীয়া নাই ডিব্ৰুগড় ১১৭,১১৬ ডিব্ৰুগড়
১২১ চাবুৱা নাই ডিব্ৰুগড় ১৩২,৯৭৬ লখিমপুৰ
১২২ তিনিচুকীয়া নাই তিনিচুকীয়া ১৪১,০২৩ ডিব্ৰুগড়
১২৩ ডিগবৈ নাই তিনিচুকীয়া ১১২,৬৩৭ ডিব্ৰুগড়
১২৪ মাৰ্ঘেৰিটা নাই তিনিচুকীয়া ১৫৮,৮২১ ডিব্ৰুগড়
১২৫ ডুমডুমা নাই তিনিচুকীয়া ১২০,৩৭৫ লখিমপুৰ
১২৬ শদিয়া নাই তিনিচুকীয়া ১৪২,৩৭৬ লখিমপুৰ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]