ডিব্ৰুগড় (বিধানসভা সমষ্টি)
অৱয়ব
ডিব্ৰুগড় বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ১১৬ হৈছে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ডিব্ৰুগড় ডিব্ৰুগড় জিলাৰ সাতটা বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নটা বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন আঠটা বিধানসভা সমষ্টি হ'ল, ডিব্ৰুগড় জিলাৰ মৰাণ, লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া আৰু তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা৷
বিধায়কসকল
[সম্পাদনা কৰক]অসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল।[3]
| বৰ্ষ | নাম | দল | |
|---|---|---|---|
| ১৯৫৭ | নীলমণি বৰঠাকুৰ | ভাৰতীয় কমিউনিষ্ট পাৰ্টি | |
| ১৯৬১ (নিৰ্বাচিত) | ৰমেশ চন্দ্ৰ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | |||
| ১৯৬৭ | |||
| ১৯৭২ | |||
| ১৯৭৮ | কেশৱ চন্দ্ৰ গগৈ | জনতা পাৰ্টি | |
| ১৯৮৩ | কেশৱ চন্দ্ৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | |||
| ১৯৯১ | |||
| ১৯৯৬ | কল্যাণ কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ (নিৰ্বাচিত) | ড॰ কল্যাণ কুমাৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ | |||
| ২০০৬ | প্ৰশান্ত ফুকন | ভাৰতীয় জনতা পাৰ্টি | |
| ২০১১ | |||
| ২০১৬ | |||
| ২০২১ | |||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ "Dibrugarh Election Result 2021 LIVE: Dibrugarh MLA Election Result & Vote Share - Oneindia" (en ভাষাত). oneindia.com. 2 May 2021. Archived from the original on 27 November 2021. https://web.archive.org/web/20211127064322/https://www.oneindia.com/dibrugarh-assembly-elections-as-116/.