খোৱাং বিধানসভা সমষ্টি
| সমষ্টি নং- ৮৯ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | ডিব্ৰুগড় |
| লোকসভা সমষ্টি | ডিব্ৰুগড় |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | নাই |
চক্ৰধৰ গগৈ | |
| দল | ভাৰতীয় জনতা পাৰ্টি |
| নিৰ্বাচিত বছৰ | ২০২৬ |
খোৱাং বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৯ হৈছে খোৱাং বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] খোৱাং ডিব্ৰুগড় জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, চাবুৱা–লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু মাৰ্ঘেৰিটা৷ পূৰ্ৱতে এই সমষ্টিৰ নাম মৰাণ আছিল, ২০২৩ চনত খোৱাং হিচাপে পুনৰ নামকৰণ কৰা হয়৷[3]
বিধান সভাৰ সদস্য
[সম্পাদনা কৰক]| বছৰ | নাম | দল | |
|---|---|---|---|
| ১৯৫১ | ঘন কান্ত গগৈ | নিৰ্দলীয় | |
| ১৯৫৭ | পদ্মা কুমাৰী গোহাঁই | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | |||
| ১৯৬৭ | |||
| ১৯৭২ | তৰুণ চন্দ্ৰ চুতীয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | জয় চন্দ্ৰ নাগবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ (আই) | |
| ১৯৮৩ | জয় চন্দ্ৰ নাগবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | কিৰণ কুমাৰ গগৈ | নিৰ্দলীয় | |
| ১৯৯১ | জয় চন্দ্ৰ নাগবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | সৰ্বানন্দ সোণোৱাল | অসম গণ পৰিষদ | |
| ২০০৪^ | জীৱনতাৰা ঘাটোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | চক্ৰধৰ গগৈ | ভাৰতীয় জনতা পাৰ্টি | |
| ২০২১ | |||
| ২০২৬ | |||
^ উপ-নিৰ্বাচন
নিৰ্বাচনৰ ফলাফল
[সম্পাদনা কৰক]২০২৬
[সম্পাদনা কৰক]}} }} }} }} }} }} }} }} }} }} }} }} }} }} }}
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | চক্ৰধৰ গগৈ | ৬৭,০৩৮ | ৫০.৬৮ | +১.০০|-}} | |
| Assam Jatiya Parishad | লুৰীণজ্যোতি গগৈ | ৫৭,০৫৪ | ৪৩.১৩ | +৩৪.৬৪|-}} | |
| Independent (politician) | বিজু দূৱৰা | ৪,৩৬১ | ৩.২৯ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | প্ৰভাকৰ দাস | ১,৭৬১ | ১.৩৩ | অপ্ৰযোজ্য|-}} | |
| None of the above | ওপৰৰ কোনো নহয় | ২,০০৩ | ১.৫১ | −০.২০|-}} | |
| বিজয়ৰ পাৰ্থক্য | ৯,৯৮৪ | ৭.৫৪ | −১২.৪২ | ||
| মুঠ ভোটদান | ১,৩২,২৭১ | ৮২.৫৫ | +৪.৩৮ | ||
| বাতিল হোৱা বেলট | |||||
| পঞ্জীকৃত ভোটাৰ | - | - | - | ||
| Bharatiya Janata Partyৰ বিজয় অব্যাহত | ছুইং | - | - | ||
২০২১
[সম্পাদনা কৰক]}} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }}
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | চক্ৰধৰ গগৈ | ৫৫,৬০৪ | ৪৯.৬৮ | −৪.৪৫|-}} | |
| Indian National Congress | প্ৰাঞ্জল ঘাটোৱাৰ | ৩৩,২৬৩ | ২৯.৭২ | −৮.৩১|-}} | |
| Assam Jatiya Parishad | সঞ্জীৱ চাংমাই | ৯,৪৯৯ | ৮.৪৯ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | মোহিনী মোহন লিগিৰা | ৮,৮৩৪ | ৭.৮৯ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | ৰাফেল কুজুৰ | ২,২৯৩ | ২.০৫ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | ইলিয়াছ ছিচান | ৫১৮ | ০.৪৬ | অপ্ৰযোজ্য|-}} | |
| None of the above | ওপৰৰ কোনো নহয় | ১,৯১০ | ১.৭১ | +০.০৬|-}} | |
| বিজয়ৰ পাৰ্থক্য | ২২,৩৪১ | ১৯.৯৬ | +৩.৮৬ | ||
| মুঠ ভোটদান | ১,১১,৯২১ | ৭৮.১৭ | −৫.৫৪ | ||
| বাতিল হোৱা বেলট | ১,৮৯৫ | ১.৩২ | |||
| পঞ্জীকৃত ভোটাৰ | ১,৪৩,১৭০ | - | - | ||
| Bharatiya Janata Partyৰ বিজয় অব্যাহত | ছুইং | - | - | ||
২০১৬
[সম্পাদনা কৰক]}} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }} }}
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Bharatiya Janata Party | চক্ৰধৰ গগৈ | ৫৪,৫৭১ | ৫৪.১৩ | +৩৬.৪৬ | |
| Indian National Congress | পৱন সিং ঘাটোৱাৰ | ৩৮,৩৪০ | ৩৮.০৩ | −১৯.১৪|-}} | |
| Independent (politician) | অশোক কুমাৰ উৰাং | ২,৩২২ | ২.৩০ | অপ্ৰযোজ্য|-}} | |
| Communist Party of India | হিৰণ্য বৰুৱা | ১,৬৫০ | ১.৬৩ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | সুনীল ৰাজকোঁৱৰ | ১,৪৬৪ | ১.৪৫ | অপ্ৰযোজ্য|-}} | |
| Independent (politician) | ৰুবুল বুঢ়াগোহাঁই | ৭৯১ | ০.৭৮ | অপ্ৰযোজ্য|-}} | |
| None of the above | ওপৰৰ কোনো নহয় | ১,৬৭৩ | ১.৬৫ | অপ্ৰযোজ্য|-}} | |
| সংখ্যাগৰিষ্ঠ | ১৬,২৩১ | ১৬.১০ | −১৯.৬৮ | ||
| মুঠ ভোটদান | ১,০০,৮১১ | ৮৩.৭১ | +১১.৭৮ | ||
| Bharatiya Janata Partyৰ Indian National Congressৰ ওপৰত বিজয় সাব্যস্ত | ছুইং | +৮.৬৬ | - | ||
২০১১
[সম্পাদনা কৰক]}} }} }} }} }} }} }} }} }} }} }} }} }} }} }}
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Indian National Congress | জীৱনতাৰা ঘাটোৱাৰ | ৪৭,১৪৩ | ৫৭.১৭ | +১১.৩৫|-}} | |
| Asom Gana Parishad | সুনীল ৰাজকোঁৱৰ | ১৭,৬৫০ | ২১.৩৯ | −৮.৯৯|-}} | |
| Bharatiya Janata Party | স্বৰ্ণ শইকীয়া দেউৰী | ১৪,৫৭১ | ১৭.৬৭ | −২.০৩|-}} | |
| Independent (politician) | শ্যামল ভূমিজ | ২,৩৪৩ | ২.৮৪ | অপ্ৰযোজ্য|-}} | |
| Jharkhand Mukti Morcha | লখিচৰণ স্বাৱছি | ৭৫২ | ০.৯১ | অপ্ৰযোজ্য|-}} | |
| সংখ্যাগৰিষ্ঠ | ২৯,৪৯৩ | ৩৫.৭৮ | +২০.৩৪ | ||
| মুঠ ভোটদান | ৮২,৪৫৯ | ৭১.৯৩ | −৩.৪১ | ||
| Indian National Congressৰ বিজয় অব্যাহত | ছুইং | - | - | ||
২০০৬
[সম্পাদনা কৰক]}} }} }} }} }} }} }} }} }} }} }} }}
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| Indian National Congress | জীৱনতাৰা ঘাটোৱাৰ | ৩৯,৬২২ | ৪৫.৪২ | 9|-}} | |
| Asom Gana Parishad | পৰাগ জ্যোতি বৰুৱা | ২৬,২৬৭ | ৩০.৩৮ | 9|-}} | |
| Bharatiya Janata Party | দয়ানন্দ বৰগোহাঁই | ১৭,০৩৭ | ১৯.৭০ | 9|-}} | |
| Independent (politician) | হেমন্ত উৰাং | ২,০২৫ | ২.৩৪ | 9|-}} | |
| এনবিএনপি | কিৰণময়ী গগৈ | ৯৩২ | ১.০৮ | - | |
| অগপ(প্ৰ) | জিতুল চন্দ্ৰ গগৈ | ৫৮৯ | ০.৬৮ | - | |
| সংখ্যাগৰিষ্ঠ | ১৩,৩৫৫ | ১৫.৪৪ | - | ||
| মুঠ ভোটদান | ৮৬,৪৭১ | ৭৫.৩৪ | |||
| Indian National Congressৰ বিজয় অব্যাহত | ছুইং | - | - | ||