সমললৈ যাওক

মাৰ্ঘেৰিটা বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মাৰ্ঘেৰিটা (বিধানসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
মাৰ্ঘেৰিটা
সমষ্টি নং- ৮৩ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগউত্তৰ অসম
জিলাতিনিচুকীয়া
লোকসভা সমষ্টিডিব্ৰুগড়
প্ৰতিস্থা১৯৭৮
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
ভাস্কৰ শৰ্মা
দল  বিজেপি
মিত্ৰগোট  এনডিএ
নিৰ্বাচিত বছৰ২০২৬

মাৰ্ঘেৰিটা বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৩ হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] মাৰ্ঘেৰিটা তিনিচুকীয়া জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, লাহোৱাল, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাকুম আৰু ডিগবৈ




মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
নিৰ্বাচন সদস্য দলৰ সংযোগ
১৯৭৮ হৰেশ্বৰ গোস্বামী জনতা পাৰ্টি
১৯৮৩ কাউঞ্চিল তেলী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ কুলবাহাদুৰ চেত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ প্ৰদ্যুত বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬
২০০১
২০০৬
২০১১ প্ৰদ্যুত বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬ ভাস্কৰ শৰ্মা ভাৰতীয় জনতা পাৰ্টী
২০২১
২০২৬

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাই বিজয় সাব্যস্ত কৰি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: মাৰ্ঘেৰিটা[3]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি ভাস্কৰ শৰ্মা 86,412 55.45 +2.23
আইএনচি মনোৰঞ্জন বৰগোহাঞি 58,125 37.30 −1.12
অসম জাতীয় পৰিষদ সঞ্জীৱ বৰুৱা 8,110 5.20
ওপৰৰ এটাও নহয় (নটা) নটা 3,197 2.05
সংখ্যাগৰিষ্ট 28,287 18.15
মুঠ ভোটদান 1,55,844 84.15
ছুইং

২০২১ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০২১ৰ অসম বিধানসভা নিৰ্বাচন: মাৰ্ঘেৰিটা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি ভাস্কৰ শৰ্মা 78,401 53.22
আইএনচি মনোৰঞ্জন বৰগোহাঞি 56,425 38.42
অসম জাতীয় পৰিষদ সঞ্জীৱ বৰুৱা 9,112 6.20
ওপৰৰ এটাও নহয় (নটা) নটা 3,145 2.16
সংখ্যাগৰিষ্ট 21,976 14.80
মুঠ ভোটদান 1,47,083 81.35
ছুইং

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

২০১৬ৰ অসম বিধানসভা নিৰ্বাচন: মাৰ্ঘেৰিটা
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বিজেপি ভাস্কৰ শৰ্মা 66,360 51.20
আইএনচি প্ৰদ্যুত বৰদলৈ 46,231 35.67
Independent উৎপল চেতিয়া 14,310 11.04
ওপৰৰ এটাও নহয় (নটা) নটা 2,697 2.09
সংখ্যাগৰিষ্ট 20,129 15.53
মুঠ ভোটদান 1,29,598 84.15
ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]