ডিগবৈ বিধানসভা সমষ্টি
| সমষ্টি নং- ৮৪ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| বিভাগ | উত্তৰ অসম |
| জিলা | তিনিচুকীয়া |
| লোকসভা সমষ্টি | ডিব্ৰুগড় |
| প্ৰতিস্থা | ১৯৫১ |
| সংৰক্ষণ | নাই |
সুৰেন ফুকন | |
| দল | বিজেপি |
| মিত্ৰগোট | এনডিএ |
| নিৰ্বাচিত বছৰ | ২০২৬ |
ডিগবৈ বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৮৪ হৈছে ডিগবৈ বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ডিগবৈ তিনিচুকীয়া জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাকুম আৰু মাৰ্ঘেৰিটা৷
ডিগবৈ বিধানসভা সমষ্টিৰ আটাইতকৈ সফল দলসমূহ
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫১ | যাদৱ চন্দ্ৰ খাটনিয়াৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | দ্বিজেশ চন্দ্ৰ দেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | দ্বিজেশ চন্ন্দ্ৰ দেৱ শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | যাদৱ চন্দ্ৰ খাটনিয়াৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | চন্দ্ৰ বাহাদুৰ ছেত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | ৰামেশ্বৰ ধানোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ৰাধাকান্ত ফুকন | অসম গণ পৰিষদ | |
| ১৯৯১ | ৰামেশ্বৰ ধানোৱাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | সুৰেন ফুকন | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | |||
| ২০২৬ | |||
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী সুৰেন ফুকনে বিজয় সাব্যস্ত কৰি ডিগবৈ সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | সুৰেন ফুকন | 76,431 | 54.15 | +2.95 | |
| আইএনচি | গৌতম ধানোৱাৰ | 54,125 | 38.35 | −4.20 | |
| অসম জাতীয় পৰিষদ | প্ৰণৱ চেতিয়া | 6,550 | 4.64 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 4,021 | 2.85 | ||
| সংখ্যাগৰিষ্ট | 22,306 | 15.80 | |||
| মুঠ ভোটদান | 1,41,127 | 84.15 | |||
| ছুইং | |||||
২০২১ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | সুৰেন ফুকন | 69,431 | 51.20 | ||
| আইএনচি | গৌতম ধানোৱাৰ | 58,513 | 43.14 | ||
| অসম জাতীয় পৰিষদ | সুশান্ত দত্ত | 4,310 | 3.18 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 3,361 | 2.48 | ||
| সংখ্যাগৰিষ্ট | 10,918 | 8.06 | |||
| মুঠ ভোটদান | 1,35,615 | 80.12 | |||
| ছুইং | |||||
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
[সম্পাদনা কৰক]২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| বিজেপি | সুৰেন ফুকন | 53,412 | 46.60 | ||
| আইএনচি | গৌতম ধানোৱাৰ | 46,231 | 40.33 | ||
| Independent | অতুল সোণোৱাল | 12,310 | 10.74 | ||
| ওপৰৰ এটাও নহয় (নটা) | নটা | 2,673 | 2.33 | ||
| সংখ্যাগৰিষ্ট | 7,181 | 6.27 | |||
| মুঠ ভোটদান | 1,14,626 | 84.12 | |||
| ছুইং | |||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Elections in
- ↑ ASSAM ELECTIONS 2016 RESULTS
- ↑ "General Election to Assembly Constituencies: Trends & Results May-2026 - Constituencywise S0384 (Assam)". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0384.htm। আহৰণ কৰা হৈছে: 25 June 2026.