সমললৈ যাওক

ডিব্ৰুগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ডিব্ৰুগড়
তি-ফাও[1]
নগৰ
ডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য
ডিব্ৰুগড় চহৰৰ ৰাতিৰ দৃশ্য
উপনাম: 
ভাৰতৰ চাহ নগৰী
Map
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
নামকৰণ কৰা হৈছে ডিব্ৰু নদী
চৰকাৰ
 • ধৰণ পৌৰসভা
 • পৰিচালনা ডিব্ৰুগড় পৌৰসভা
 • স্থাপিত ১৮৭৩
 • ৱাৰ্ডৰ সংখ্যা ২২
 • পৌৰপতি সমা চক্ৰৱৰ্তী বিজেপি
কালি
 • মুঠ
12.65 km2 (4.88 sq mi)
উচ্চতা
১০৮ মিটাৰ (৩৫৪ ফুট)
জনসংখ্যা
 (2011)
 • মুঠ
1,54,019

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূব প্ৰান্তত অৱস্থিত। ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায়।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূবত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূব ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

ডিব্ৰুগড় নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই ঠাই প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।

ইয়াণ্ডাবু সন্ধি সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।

নগৰৰ ৰূপ

[সম্পাদনা কৰক]

পৰিচালনা

[সম্পাদনা কৰক]

জনগাঁথনি

[সম্পাদনা কৰক]

জলবায়ু

[সম্পাদনা কৰক]
ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[3][4]
উৎস নং ২: NOAA (humidity, 1971–1990)[5]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]