লামডিং
লামডিং | |
---|---|
— চহৰ — | |
ভৌগোলিক স্থানাংক: 25°45′N 93°10′E / 25.75°N 93.17°Eস্থানাংক: 25°45′N 93°10′E / 25.75°N 93.17°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | নগাওঁ |
উচ্চতা | ১২৫ মিটাৰ (৪১০.১০ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৫০,৫৭০ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
PIN | 782447 |
Telephone code | +91-3674 |
লামডিং (Pron:/lʌmˈdɪŋ/)(ইংৰাজী: Lumding) অসমৰ নগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত।
ইতিহাস[সম্পাদনা কৰক]
লামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ ' লামা' আৰু 'ডিং' শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে 'বাট' আৰু 'পোন'। গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট। 'লামা' শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰে'লৱে ষ্টেচনৰ 'লামাছাখং' ( Lamasakhong) ৰখা হৈছে, যাৰ অৰ্থ 'সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা (valley of small paths)।
ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]
আন্তঃগাঁথনি[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] মুঠ জনসংখ্যা ৩১,৩৪৭ জন। [2]
যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]
লামডিং উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ ৰে'লৱে জংচন। এই জংচনটোৱে অসমক ত্ৰিপুৰাৰ সৈতে সংযোজিত কৰিছে। ইয়াটো লামডিং-বদৰপুৰ-শিলচৰ-আগৰতলা হৈ গৈছে।
শিক্ষা[সম্পাদনা কৰক]
লামডিঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
- বিদ্যালয় :
- ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ডনবস্কো হাইস্কুল
- কেন্দ্ৰীয় বিদ্যালয়
- দক্ষিণ লামডিং বিদ্যা নিকেতন
- প্ৰণবানন্দ বিদ্যা মন্দিৰ
- দক্ষিণ লামডিং উচ্চ মাধ্যমিক বিদ্যালয়
- বীৰ কনকলতা প্ৰাথমিক বিদ্যালয়
মহাবিদ্যালয় :
- লামডিং মহাবিদ্যালয়
ৰাজনীতি[সম্পাদনা কৰক]
লামডিং নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3]
উল্লেখযোগ্য ব্যক্তি[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx। আহৰণ কৰা হৈছে: 2012-09-30.
- ↑ "List of Parliamentary & Assembly Constituencies". অসম. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.