নগাঁও (লোকসভা সমষ্টি)
অৱয়ব
নগাঁও লোকসভা সমষ্টি (ইংৰাজী: Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]নগাঁও লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- জাগীৰোড বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- মৰিগাঁও বিধানসভা সমষ্টি
- লাহৰীঘাট বিধানসভা সমষ্টি
- ৰহা বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- নগাঁও বিধানসভা সমষ্টি
- বঢ়মপুৰ বিধানসভা সমষ্টি
- যমুনামুখ বিধানসভা সমষ্টি
- হোজাই বিধানসভা সমষ্টি
- লামডিং বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫১ | দেৱ কান্ত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৫৭ | লীলাধৰ কটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৬২ | লীলাধৰ কটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৬৭ | লীলাধৰ কটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৭১ | লীলাধৰ কটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | ১৯৭৭ | দেৱ কান্ত বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ১৯৮৫ | মুহি ৰাম শইকীয়া | অসম গণ পৰিষদ |
| ৮ | ১৯৯১ | মুহি ৰাম শইকীয়া | অসম গণ পৰিষদ |
| ৯ | ১৯৯৬ | মুহি ৰাম শইকীয়া | অসম গণ পৰিষদ |
| ১০ | ১৯৯৮ | নৃপেন গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ | ১৯৯৯ | ৰাজেন গোঁহাই | ভাৰতীয় জনতা পাৰ্টী |
| ১২ | ২০০৪ | ৰাজেন গোঁহাই | ভাৰতীয় জনতা পাৰ্টী |
| ১৩ | ২০০৯ | ৰাজেন গোঁহাই | ভাৰতীয় জনতা পাৰ্টী |
| ১৪ | ২০১৪ | ৰাজেন গোঁহাই | ভাৰতীয় জনতা পাৰ্টী |
| ১৫ | ২০১৯ | প্ৰদ্যুৎ বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৬ | ২০২৪ | প্ৰদ্যুৎ বৰদলৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2024". ELECTION COMMISSION OF INDIA. 05-06-2024. Archived from the original on 2024-06-05. https://web.archive.org/web/20140519232514/http://eciresults.nic.in/ConstituencywiseS0310.htm?ac=10। আহৰণ কৰা হৈছে: 7 জুন 2014.
| ||||||||||||||||