সমললৈ যাওক

মঙ্গলদৈ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মঙ্গলদৈ লোকসভা সমষ্টি (ইংৰাজী: Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

মঙ্গলদৈ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:

  • কমলপুৰ বিধানসভা সমষ্টি
  • ৰঙিয়া বিধানসভা সমষ্টি
  • নলবাৰী বিধানসভা সমষ্টি
  • পানেৰী বিধানসভা সমষ্টি
  • কলাইগাঁও বিধানসভা সমষ্টি
  • ছিপাঝাৰ বিধানসভা সমষ্টি
  • মঙ্গলদৈ বিধানসভা সমষ্টি
  • দলগাঁও বিধানসভা সমষ্টি
  • ওদালগুৰি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
  • মাজবাট বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৬৭হেম বৰুৱাপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৭১ধৰণীধৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭হীৰালাল পাটোৱাৰীজনতা দল
১৯৮৫ছৈফুদ্দিন আহমেদঅসম গণ পৰিষদ
১৯৯১প্ৰবীণ ডেকাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যঅসম গণ পৰিষদ
১৯৯৮মাধৱ ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯মাধৱ ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪নাৰায়ণ চন্দ্ৰ বৰকটকী ভাৰতীয় জনতা পাৰ্টী
১০২০০৯ৰমেন ডেকাভাৰতীয় জনতা পাৰ্টী
১১২০১৪ৰমেন ডেকা[2]ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-05.
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232610/http://eciresults.nic.in/ConstituencywiseS038.htm?ac=8 আহৰণ কৰা হৈছে: 7 জুন 2014.