কোকৰাঝাৰ লোকসভা সমষ্টি
অৱয়ব
(কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
AS-১ | |
|---|---|
![]() | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| প্ৰতিস্থা | ১৯৫২ |
| সংৰক্ষণ | অনুসূচিত জনজাতি |
| দল | ইউপিপিএল |
| মিত্ৰগোট | নিৰ্দলীয় |
| নিৰ্বাচিত বছৰ | ২০২৪ |
কোকৰাঝাৰ লোকসভা সমষ্টি (ইংৰাজী: Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]কোকৰাঝাৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
- গোঁসাইগাঁওবিধান সভা সমষ্টি
- কোকৰাঝাৰ পূব বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- ছিদলী বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- বিজনী বিধান সভা সমষ্টি
- সৰভোগ বিধান সভা সমষ্টি
- ভবানীপুৰ বিধান সভা সমষ্টি
- তামোলপুৰ বিধান সভা সমষ্টি
- বৰামা বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- চাপগুৰি বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
লোকসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫৭ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৬২ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৬৭ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৭১ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৭৭ | চৰণ নাৰ্জাৰী | U.A. |
| ৬ | ১৯৮৪ | চৰণ ব্ৰহ্ম চৌধুৰী | U.A. |
| ৭ | ১৯৯১ | সতেন্দ্ৰনাথ ব্ৰহ্ম চৌধুৰী | নিৰ্দলীয় |
| ৮ | ১৯৯৬ | লুইছ ইছলাৰী | নিৰ্দলীয় |
| ৯ | ১৯৯৮ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১০ | ১৯৯৯ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১১ | ২০০৪ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১২ | ২০০৯ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ১৩ | ২০১৪ | নৱ কুমাৰ শৰণীয়া[2] | নিৰ্দলীয় |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০২৪ চনৰ সাধাৰণ নিৰ্বাচন
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| ইউপিপিএল | জয়ন্ত বসুমতাৰী | ৪,৮৮,৯৯৫ | ৩৯.৩৯ | ||
| বিপিএফ | কাম্পা বৰগয়াৰী | ৪,৩৭,৪১২ | ৩৫.২৩ | ||
| আইএনচি | গৰ্জন মুছাহাৰী | ১,১৩,৭৩৬ | ৯.১৬ | ||
| গণ সুৰক্ষা পাৰ্টী | বিনীতা ডেকা | ৯৪,১৮৯ | ৭.৫৯ | নতুন | |
| Independent | পৃথ্বীৰাজ নাৰায়ণদেৱ মেচ | ৩৩,৭৩৭ | ২.৭২ | প্ৰযোজ্য নহয় | |
| এআইটিচি | গৌৰী শংকৰ শৰণীয়া | ২৩,৫১৯ | ১.৮৯ | নতুন | |
| ন’টা | ওপৰৰ এটাও নহয় | ১৩,৯১২ | ১.১২ | ||
| সংখ্যাগৰিষ্ট | ৫১,৫৮৩ | ৪.১৬ | |||
| মুঠ ভোটদান | ১২,৫৪,৪৯৯ | ৮৩.৯৫ | |||
| নিৰ্দলীয়ৰ ওপৰত ইউপিপিএলৰ বিজয় সাব্যস্ত | ছুইং | ||||
২০১৯
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| নিৰ্দলীয় | নৱ কুমাৰ শৰণীয়া | ৪,৮৪,৫৬০ | ৩২.৭৫ | −১৯.০৭ | |
| বিপিএফ | প্ৰমিলা ৰাণী ব্ৰহ্ম | ৪,৪৬,৭৭৪ | ৩০.২০ | +১০.২৯ | |
| ইউপিপিএল | উৰ্খাও গৌৰা ব্ৰহ্ম | ৩,১২,৪৩৫ | ২১.১২ | ||
| আইএনচি | শব্দ ৰাম ৰাভা | ১,৪৭,১১৮ | ৯.৯৪ | ||
| CPI(M) | বিৰাজ ডেকা | ২৮,১২৮ | ১.৯০ | ||
| ন’টা | ওপৰৰ এটাও নহয় | ১৫,৯৮৮ | ১.০৮ | প্রযোজ্য নহয় | |
| সংখ্যাগৰিষ্ট | ৩৭,৭৮৬ | ২.৫৫ | |||
| মুঠ ভোটদান | ১৪,৭৯,৭৪৪ | ৮৩.৩০ | |||
| নিৰ্দলীয়ৰ বিজয় সাব্যস্ত | ছুইং | ||||
২০১৪
[সম্পাদনা কৰক]| দল | প্ৰাৰ্থীৰ নাম | ভোট | % | ±% | |
|---|---|---|---|---|---|
| নিৰ্দলীয় | নৱ কুমাৰ শৰণীয়া (হীৰা) | ৬,৩৪,৪২৮ | ৫১.৮২ | +৫১.৮২ | |
| নিৰ্দলীয় | উৰ্খাও গৌৰা ব্ৰহ্ম | ২,৭৮,৬৪৯ | ২২.৭৬ | −৭.২৮ | |
| বিপিএফ | চন্দন ব্ৰহ্ম | ২,৪৩,৭৫৯ | ১৯.৯১ | −২৮.৮৯ | |
| নিৰ্দলীয় | শব্দ ৰাম ৰাভা | ২০,MD৭৪ | ১.৬৪ | −১৯.৫২ | |
| এআইটিচি | ৰঞ্জিত শেখৰ মুছাহাৰী | ১৭,৫৩৭ | ১.ND৩ | +১.ND৩ | |
| নিৰ্দলীয় | সংসুমা খুঙগুৰ বিছমুতিয়াৰী | ১১,২৩৯ | ০.৯২ | −ND৭.৮৮ | |
| ন’টা | ওপৰৰ এটাও নহয় | ১৮,১৮৩ | ১.ND৯ | ||
| সংখ্যাগৰিষ্ট | ৩,৫৫,৭৭৯ | ২৯.০৭ | +১৮.৮০ | ||
| মুঠ ভোটদান | ১২,২৪,২৪৩ | ৮১.২৩ | |||
| বিপিএফৰ ওপৰত নিৰ্দলীয়ৰ বিজয় সাব্যস্ত | ছুইং | ||||
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232555/http://eciresults.nic.in/ConstituencywiseS035.htm?ac=5। আহৰণ কৰা হৈছে: 7 জুন 2014.
- ↑ "2024 Loksabha Elections Results - Kokrajhar". Election Commission of India. 4 June 2024. https://results.eci.gov.in/PcResultGenJune2024/candidateswise-S031.htm.
- ↑ "Kokrajhar Constituency Lok Sabha Election Results 2014 - 2024" (en ভাষাত). The Times of India. 4 June 2024. https://timesofindia.indiatimes.com/elections/lok-sabha-constituencies/assam/kokrajhar.
- ↑ The Sentinel. 16 candidates file nomination in Karimganj Archived 2015-09-24 at the Wayback Machine
| ||||||||||||||||
