সমললৈ যাওক

গুৱাহাটী (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গুৱাহাটী লোকসভা সমষ্টি (ইংৰাজী: Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

গুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

বৰ্তমানৰ সমষ্টিসমূহ:

  • পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • চমৰীয়া বিধানসভা সমষ্টি
  • দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • বকো-ছয়গাঁও বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • ডিমৰীয়া বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • পলাশবাৰী বিধানসভা সমষ্টি
  • জালুকবাৰী বিধানসভা সমষ্টি
  • দিশপুৰ বিধানসভা সমষ্টি
  • গুৱাহাটী (নতুন) বিধানসভা সমষ্টি
  • গুৱাহাটী (মধ্য) বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৫১ৰোহিনী কুমাৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৬ডি. এন. শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭হেম বৰুৱাপ্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী
১৯৬২হেম বৰুৱাপ্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী
১৯৬৭ডি কলিতাকমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
১৯৭১দীনেশ চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৭ৰেণুকা দেৱী বৰকটকীভাৰতীয় লোক দল
১৯৮৫দীনেশ গোস্বামীনিৰ্দলীয়
১৯৯১কিৰিপ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
১০১৯৯৬প্ৰবীণ চন্দ্ৰ শৰ্মাঅসম গণ পৰিষদ
১১১৯৯৮ভূৱনেশ্বৰ কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
১২১৯৯৯বিজয়া চক্ৰৱৰ্তীভাৰতীয় জনতা পাৰ্টী
১৩২০০৪কিৰিপ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
১৪২০০৯বিজয়া চক্ৰৱৰ্তীভাৰতীয় জনতা পাৰ্টী
১৫২০১৪বিজয়া চক্ৰৱৰ্তী[2]ভাৰতীয় জনতা পাৰ্টী
১৬২০১৯কুইন ওজাভাৰতীয় জনতা পাৰ্টি
১৭২০২৪বিজুলী কলিতা মেধিভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-05.
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. http://eciresults.nic.in/ConstituencywiseS037.htm?ac=7 আহৰণ কৰা হৈছে: 7 জুন 2014.[সংযোগবিহীন উৎস]