সমললৈ যাওক

ধুবুৰী (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধুবুৰী
AS-2
লোকসভা সমষ্টি
Map
Interactive Map Outlining Dhubri Lok Sabha constituency
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
সমষ্টি নংমানকাচৰ
বীৰসিং জৰুৱা
ধুবুৰী
গৌৰীপুৰ
গোলকগঞ্জ
বিলাসীপাৰা
সৃজনগ্ৰাম
গোৱালপাৰা পূব
জলেশ্বৰ
মান্দিয়া
চেঙা
প্ৰতিস্থা১৯৬৭
মুঠ ভোটাৰ২৬,৬০,৮২৭[1]
সংৰক্ষণনাই
লোক সভাৰ সদস্য
অষ্টাদশ লোক সভা
পদাধিকাৰী
দলভাৰতীয় জাতীয় কংগ্ৰেছ
নিৰ্বাচিত বছৰ২০২৪

ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত,[2] দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি লৈছে৷ আনুমানিক জনসংখ্যা ৫০ লাখ বাসিন্দাৰ সৈতে ধুবুৰী লোকসভা সমষ্টিত ২৬ লাখ পঞ্জীয়নভুক্ত ভোটাৰ আছে। ধুবুৰী লোকসভা সমষ্টি সমগ্ৰ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ভিতৰতে সৰ্বাধিক জনবসতিপূৰ্ণ সমষ্টি।[3]

বিধান সভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[4]:

লোক সভাৰ সদস্য

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৫১আমজাদ আলিপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৫৭আমজাদ আলিপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৬২গিয়াছুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭জাহানুদ্দিন আহমেদপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৭১মইনুল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭আহমেদ হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১নুৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬নুৰুল ইছলামভাৰতীয় জাতীয় কংগ্ৰেছ
১০১৯৯৮আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
১১১৯৯৯আব্দুল হামিদভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০০৪আনোৱাৰ হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
১৩২০০৯বদৰুদ্দিন আজমলএ আই ইউ ডি এফ
১৪২০১৪বদৰুদ্দিন আজমলএ আই ইউ ডি এফ
১৫২০১৯বদৰুদ্দিন আজমলএ আই ইউ ডি এফ
১৬২০২৪ৰকিবুল হুছেইনভাৰতীয় জাতীয় কংগ্ৰেছ [5]

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]

সাধাৰণ নিৰ্বাচন ২০২৪

[সম্পাদনা কৰক]
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন: ধুবুৰী[6]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
আইএনচি ৰকিবুল হুছেইন ১৪৭১৮৮৫ ৫৯.৯৯ বৃদ্ধি৩০.৭৬
AIUDF বদৰুদ্দিন আজমল ৪৫৯,৪০৯ ১৮.৭২ decrease২৩.৯৪
AGP জাবেদ ইছলাম ৪৩৮,৫৯৪ ১৭.৮৮ decrease৫.৮৪
ন’টা ওপৰৰ এজনো নহয় ১৫,০১৫ ০.৬১ বৃদ্ধি0.08
সংখ্যাগৰিষ্ট ১,০১২,৪৭৬ ৪১.২৬ বৃদ্ধি২৭.৮৩
মুঠ ভোটদান ২,৪৫৩,৬০৮ ৯২.২১ বৃদ্ধি১.৫৫
AIUDFৰ ওপৰত আইএনচিবিজয় সাব্যস্ত ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]