সমললৈ যাওক

জলেশ্বৰ (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্বলেশ্বৰ
সমষ্টি নং- ১২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাগোৱালপাৰা
লোকসভা সমষ্টিধুবুৰী
প্ৰতিস্থা১৯৭৮
সংৰক্ষণনাই
নিৰ্বাচিত বছৰ২০২১
২০২৬

জ্বলেশৰ (বিধান সভা সমষ্টি) অসম বিধানসভাৰ ১২৬খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩৯ হৈছে জ্বলেশৰ বিধানসভা সমষ্টিৰ ক্ৰমাংক। জ্বলেশৰ গোৱালপাৰা জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ অন্যতম। ই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন।

বিধান সভাৰ নিৰ্বাচিত সদস্য সকল[1]

[সম্পাদনা কৰক]

নিৰ্বাচন ফলাফল

[সম্পাদনা কৰক]

২০১৬ চনৰ [2]

[সম্পাদনা কৰক]
ক্ৰমপ্ৰাৰ্থীভোটৰ সংখ্যাশতকৰা হাৰদল
সাহাব উদ্দিন আহমেদ৫৬০০৩৪৩.৬৭সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
আফতাব উদ্দিন মোল্লা৩৯৩৪১৩৮.৪৮নিৰ্দলীয়
আব্দূৰ ৰহিম জিব্ৰান১১৫৩৫৮.৯৯ভাৰতীয় জনতা পাৰ্টি
আব্দুল ফাজাল নাছিৰ উদ্দিন মোল্লা৬, ৫৬৭৫.১২ভাৰতীয় জাতীয় কংগ্ৰেছ
আব্দুল ওয়াহিদ শ্বেখ১,৪৩৩১.১১বি,আৰ,পি
আব্দুছ ছালাম৭৬১০.৫৯ছচিয়ালিষ্ট উনিচি ছেণ্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট)
ইন্নাছ আলি৬৯০০.৫৩নিৰ্দলীয়
নোটা৬২৭০.৪৮

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]