বৰপেটা লোকসভা সমষ্টি (ইংৰাজী: Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]
সমষ্টিৰ ক্ৰমিক নং
|
সমষ্টিৰ নাম
|
(অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিত
|
জিলা
|
ভোটাৰ (২০১১)[2]
|
৩২
|
বঙাইগাঁও বিধানসভা সমষ্টি
|
নহয়
|
বঙাইগাঁও
|
১৪৪,৪৮৪
|
৩৪
|
অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি
|
নহয়
|
বঙাইগাঁও
|
১২৫,৩০৪
|
৩৫
|
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি
|
অনুসূচিত জাতি
|
বঙাইগাঁও
|
১৪৫,৯২৫
|
৪২
|
পাটছাৰকুছি বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১২৪,৯৯৩
|
৪৩
|
বৰপেটা বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১৫৪,৩৪৩
|
৪৪
|
জনিয়া বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১৩৬,৯৩৯
|
৪৫
|
বাঘবাৰ বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১০৮,০৭৬
|
৪৬
|
সৰুক্ষেত্ৰী বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১৪৯,৫৪৭
|
৪৭
|
চেঙা বিধানসভা সমষ্টি
|
নহয়
|
বৰপেটা
|
১০৫,৪৮২
|
৬১
|
ধৰ্মপুৰ বিধানসভা সমষ্টি
|
নহয়
|
নলবাৰী
|
১২৭,০০৫
|
ক্ৰম |
বৰ্ষ |
প্ৰাৰ্থী |
দল
|
১ |
১৯৫১ |
বেলি ৰাম দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
২ |
১৯৬২ |
ৰেণুকা দেৱী বৰকটকী |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৩ |
১৯৬৭ |
ফকৰুদ্দিন আলি আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৪ |
১৯৭১ |
ফকৰুদ্দিন আলি আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৫ |
১৯৭৭ |
ইছমাইল হুচেইন খান |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৬ |
১৯৯১ |
উদ্ধৱ বৰ্মন |
কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
|
৭ |
১৯৯৬ |
উদ্ধৱ বৰ্মন |
কমিউনিষ্ট পাৰ্টী
|
৮ |
১৯৯৮ |
এ এফ গুলাম ওচমানি |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
৯ |
১৯৯৯ |
এ এফ গুলাম ওচমানি |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১০ |
২০০৪ |
এ এফ গুলাম ওচমানি |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১১ |
২০০৯ |
ইছমাইল হুচেইন |
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
১২ |
২০১৪ |
চিৰাজুদ্দিন আজমল[3] |
এ আই ইউ ডি এফ
|
১৩
|
২০১৯
|
আব্দুল খালেক
|
ভাৰতীয় জাতীয় কংগ্ৰেছ
|
|
---|
| বৰ্তমান | |
---|
| আগৰ |
১৯৫২-২০১৯ | |
---|
| ১৯৫৭-২০১৯ | |
---|
| ১৯৬৭-২০১৯ | |
---|
|
---|
|