সমললৈ যাওক

লখিমপুৰ (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লক্ষিমপুৰ লোকসভা সমষ্টি (ইংৰাজী: Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]
সমষ্টি নং নাম সংৰক্ষণ (অনূসূচীত জাতি/অনূসূচীত জনজাতি/নাই) জিলা দল বিধায়ক ২০২৪ৰ বিজয়ী
৭৪ ৰঙানদী নাই লখিমপুৰ বিজেপি
৭৫ নাওবৈচা অনূসূচীত জাতি আইএনচি
৭৬ লখিমপুৰ নাই বিজেপি
৭৭ ঢকুৱাখানা অনূসূচীত জনজাতি
৭৮ ধেমাজি অনূসূচীত জনজাতি ধেমাজি
৭৯ চিছিবৰগাঁও নাই
৮০ জোনাই অনূসূচীত জনজাতি
৮১ শদিয়া নাই তিনিচুকীয়া
৮২ ডুমডুমা নাই

পুনৰ গঠনৰ পূৰ্বৰ লক্ষিমপুৰ লোকসভা সমষ্টিত অন্তৰ্গত বিধান সভা সমষ্টিসমূহ আছিল[1]:

  • মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • নাওবৈচা বিধানসভা সমষ্টি
  • লখিমপুৰ বিধানসভা সমষ্টি
  • ঢকুৱাখানা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • ধেমাজি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • জোনাই বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
  • চাবুৱা বিধানসভা সমষ্টি
  • ডুমডুমা বিধানসভা সমষ্টি
  • শদিয়া বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৬৭বিশ্বনাৰায়ণ শাস্ত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১বিশ্বনাৰায়ণ শাস্ত্ৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ললিত কুমাৰ দ'লেভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫গকুল শইকীয়াঅসম গণ পৰিষদ
১৯৯১বলিন কুলিভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬অৰুণ শৰ্মাঅসম গণ পৰিষদ
১৯৯৮ৰাণী নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৯ৰাণী নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৪অৰুণ কুমাৰ শৰ্মাঅসম গণ পৰিষদ
১০২০০৯ৰাণী নৰহভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০১৪সৰ্বানন্দ সোণোৱাল[2]ভাৰতীয় জনতা পাৰ্টি
১২২০১৬প্ৰদান বৰুৱাভাৰতীয় জনতা পাৰ্টি

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-06.
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-06-28. https://web.archive.org/web/20140628100826/http://eciresults.nic.in/ConstituencywiseS0314.htm?ac=14 আহৰণ কৰা হৈছে: 7 জুন 2014.