২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৪
ভাৰত
২০০৯ ←
৭ এপ্ৰিল ২০১৪ - ১২ মে’, ২০১৪
তালিকা
→ ২০১৯

লোকসভাৰ ৫৪৩ টি আসনৰ মাজত
সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
ভোটদানৰ হাৰ 66.38%
  প্ৰথম দল দ্বিতীয় দল তৃতীয় দল
 
নেতা নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী জয়াললিতা
দল বিজেপি কংগ্ৰেছ এ আই এ ডি এম কে
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ এ আই এ ডি এম কে
নেতা হৈছে ১০ জুন, ২০১৩ ১৯ জানুৱাৰী, ২০১৩ ১৯৮৯
নেতাৰ আসন বদোদৰা
বাৰাণসী
আমেঠি প্ৰতিদ্বন্দ্ব্বিতা কৰা নাছিল
বিগত নিৰ্বাচন ১১৬
এন ডি এ: ১৫৯
২০৬
ইউ পি এ: ২৬২
বিজয়ী আসন ২৮২[1][2]
এন ডি এ: 336
৪৪[1]
ইউ পি এ: ৫৮[2]
৩৯[1]
পৰিৱৰ্তিত আসন বৃদ্ধি১৬৬ decrease১৬২ বৃদ্ধি ২৮
জনপ্ৰিয় ভোট ১৭১,৪৫৯,২৮৬ ১০৬,৭৬০,০০১ ১৮,১১৫,৮২৫
শতাংশ ৩১.০%[1]
এন ডি এ: ৩৯%
১৯.৩%[1]
UPA: ২১%
৩.৩%[1]
Swing বৃদ্ধি১৩.৭৭% decrease১৭.৮২% বৃদ্ধি১.৬৩%

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহৰ ফলাফল (মিত্ৰ জোঁট হিচাপত)
ষোড়শ লোকসভা
ষোড়শ লোকসভা

নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

মনমোহন সিং
ইউ পি এ

প্ৰধান মন্ত্ৰী–designate

নৰেন্দ্ৰ মোদী
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

ভাৰতৰ সাধাৰণ নিৰ্বাচন,২০১৪ৰ যোগেদি দেশখনৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচন কৰি ষোড়শ লোকসভা গঠন কৰা হয়।[3] ৭ এপ্ৰিল, ২০১৪ৰ পৰা ২৪ মে', ২০১৪লৈ মুঠ নটা পৰ্যায়ত হোৱা দেশৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া নিৰ্বাচন।[4][5] ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা ৮১৪.৫ মিলিয়ন চুইছেগৈ আৰু ই সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ॥[6] বিগত ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত নতুন ভোটাৰৰ সংখ্যা ১০০ মিলিয়নলৈ বৃদ্ধি পাইছে।[7]

মুঠ ভোটাৰৰ প্ৰায় ২.৭ শতাংশ (২৩.১ মিলিয়ন)ৰৰে বয়স ১৮-১৯ বছৰৰ ভিতৰত।[8] দেশৰ ৫৪৩টা লোকসভা সমষ্টিৰ পৰা মুঠ ৮,৫২১জন প্ৰাৰ্থীয়ে এই সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াইছিল।[9] নটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত অভিলেখ সংখ্যক ৬৬.৩৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাবস্ত্য কৰিছিল।[9]

পঞ্চদশ লোকসভাৰ কাৰ্যকাল শেষ হোৱাৰ পোন্ধৰ দিন পূৰ্বে ২০১৪ চনৰ ১৬ এপ্ৰিল তাৰিখে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। পঞ্চদশ লোকসভাৰ কাৰ্যকাল ২০১৪ চনৰ ৩১ মে'ত যৱনিকা পৰাৰ কথা আছিল।[10] দেশৰ ৯৮৯টা ভোট গণনা কেন্দ্ৰত ভোটৰ গণনা কৰা হৈছিল।[9] ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (ভাৰত)ই ৩৩৬খন আসনত বিজয় সাবস্ত্য কৰিছিল। ভাৰতীয় জনতা পাৰ্টিয়ে ২৮২টা আসন লাভ কৰি এককভাৱে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনত ১৯৮৪ চনৰ পাছত এয়েই প্ৰথম ঘটনা।[11] ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত সংযুক্ত প্ৰগতিশীল পাৰ্টীয়ে মাত্ৰ ৫৮খন আসনহে লাভ কৰিবলৈ সক্ষম হয়।[2] ইয়াৰে ৪৪খন আসন ভাৰীয় জাতীয় কংগ্ৰছ দলৰ।[1][12] এনেদৰেই বি জে পি আৰু ইয়াৰ মিত্ৰ দল সমূহে ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছত পোন প্ৰথমবাৰৰ বাবে largest majority government গঠন কৰাৰ সুযোগ লাভ কৰিছে।[13]

এগ্‌জিত প’ল[সম্পাদনা কৰক]

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ ৪৮ ঘণ্টাৰ আগৰ পৰা নৱম পৰ্যায়ৰ ভোট গ্ৰহণৰ শেষলৈকে ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ধৰণৰ এগ্‌জিত প’ল প্ৰকাশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল। পূৰ্ব পৰ্যায়ৰ এগ্‌জিত প’লৰ প্ৰচাৰে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰৰ সিদ্ধান্ত সলনি নহ’বলৈ এই সিদ্ধান্ত লোৱা হৈছিল। ২০১৪ চনৰ ১৪ মে’ৰ সন্ধ্যা ৬-৩০ বজাত নৱম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞা জাৰি আছিল।[14]

প্ৰকাশ উৎস প’লিং সংস্থা
এন ডি এ ইউ পি এ অন্যান্য
১২ মে’, ২০১৪ [15] চি এন এন- আই বি এন – CSDS – Lokniti ২৭৬ (±৬) ৯৭ (±৫) ১৪৮ (±২৩)
[15][16] ইণ্ডিয়া টুডে – Cicero ২৭২ (±১১) ১১৫ (±৫) ১৫৬ (±৬)
[15][17] নিউজ ২৪চানক্য ৩৪০ (±১৪) ৭০ (±৯) ১৩৩ (±১১)
[15] টাইমছ্‌ নাও – ORG ২৪৯ ১৪৮ ১৪৬
[15][18] এ বি পি নিউজনীলসেন ২৭৪ ৯৭ ১৬৫
[15] ইণ্ডিয়া টিভি – CVoter ২৮৯ ১০১ ১৪৮
১৪ মে’ ২০১৪ [19][20] এন ডি টি ভি – হংস ৰিচাৰ্ছ ২৭৯ ১০৩ ১৬১
১২ মে’ ২০১৪ [15] Poll of Polls ২৮৩ ১০৫ ১৪৯
১৬ মে’ ২০১৪ প্ৰকৃত ফলাফল[2] ৩৩৬ ৫৮ ১৪৯

ফলাফল[সম্পাদনা কৰক]

৩৩৮ ১৪৭ ৬০
এন ডি এ অন্যান্য ইউ পি এ
দল বিজেপি কংগ্ৰেছ এ আই এ ডি এম কে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ বিজেডি শিৱ সেনা তেলুগু দেশম পাৰ্টী
নেতা নৰেন্দ্ৰ মোদী ৰাহুল গান্ধী জয়াললিতা মমতা বেনাৰ্জী নবীন পাটনায়ক উদ্ধৱ থাকৰে চন্দ্ৰবাবু নাইডু
ভোট ৩১.০%, 171,637,684 ১৯.৩%, 106,935,311 ৩.৩%, 18,115,825 ৩.৮%, 21,259,681 ১.৭%, 9,491,497 ১.৯%, 10,262,982 ২.৫%, 14,094,545
আসন ২৮২ (৫১.৯%) ৪৪ (৮.১%) ৩৭ (৬.৮%) ৩৪ (৬.২%) ২০ (৩.৬%) ১৮ (৩.৩%) ১৮ (২.৯%)
২৮২ / ৫৪৩
৪৪ / ৫৪৩
৩৭ / ৫৪৩
৩৪ / ৫৪৩
২০ / ৫৪৩
১৮ / ৫৪৩
১৮ / ৫৪৩



ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দলগত ফলাফল এনে ধৰণৰ[21]:

দল সংক্ষিপ্ত ৰূপ আসন লাভ পৰিবৰ্তন
ভাৰতীয় জনতা পাৰ্টি BJP 283
ভাৰতীয় কমিউনিষ্ট পাৰ্টি CPI 1
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) CPM 9
ভাৰতীয় জাতীয় কংগ্ৰেছ INC 43
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) 5
আম আদমী পাৰ্টি আপ 4
অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগম 37
সৰ্বভাৰতীয় এন.আৰ. কংগ্ৰেছ 1
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ 34
সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা 3
বিজু জনতা দল BJD 20
ইণ্ডিয়ান নেচনেল লোক দল 2
ইণ্ডিয়ান ইউনিয়ন মুচলিম লীগ 2
জম্মু-কাশ্মীৰ পিপ'লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট 3
জনতা দল (চেকুলাৰ) JD (U) 2
জনতা দল (ইউনাইটেড) JD (S) 2
ঝাৰখণ্ড মুক্তি মৰ্চা 2
কেৰালা কংগ্ৰেছ (এম) 1
লোকজন শক্তি পাৰ্টি 6
নাগা পিপলচ্ ফ্ৰণ্ট 1
নেচনেল পিপ'লচ্ পাৰ্টি (ইণ্ডিয়া) 1
Pattali Makkal Katchi 1
Rashtriya Janata Dal 4
Revolutionary Socialist Party 1
Samajwadi Party SP 5
Shiromani Akali Dal 4
Shivsena 19
Sikkim Democratic Front 1
Telangana Rashtra Samithi 11
Telugu Desam 16
All India Majlis-E-Ittehadul Muslimeen 1
Apna Dal 2
National Peoples Party 1
Rashtriya Lok Samata Party 3
Swabhimani Paksha 1
Yuvajana Sramika Rythu Congress Party 9
নিৰ্দলীয় 3
Total 543/543

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "General Election to Loksabha Trend and Result 2014". Election Commission of India. May 16, 2014. Archived from the original on May 19, 2014. https://web.archive.org/web/20140519040751/http://www.eciresults.ap.nic.in/PartyWiseResult.htm। আহৰণ কৰা হৈছে: May 19, 2014. 
  2. 2.0 2.1 2.2 2.3 Final Results 2014 General Elections Press Information Bureau, Government of India
  3. "India General Elections 2014". http://www.mapsofindia.com/parliamentaryconstituencies/. 
  4. "GENERAL ELECTIONS – 2014 : SCHEDULE OF ELECTIONS". ECIhttp://eci.nic.in. 5 March 2014. http://eci.nic.in/eci_main1/current/Press%20Note%20GE-2014_05032014.pdf। আহৰণ কৰা হৈছে: 15 May 2014. 
  5. "India General Elections 2014". http://www.mapsofindia.com/parliamentaryconstituencies/. 
  6. "Number of Registered Voters in India reaches 814.5 Mn in 2014". Indo-Asian News Service. news.biharprabha.com. http://news.biharprabha.com/2014/02/number-of-registered-voters-in-india-reaches-814-5-mn-in-2014/। আহৰণ কৰা হৈছে: 23 February 2014. 
  7. "India announces election dates". Al Jazeera. http://www.aljazeera.com/news/asia/2014/03/indian-announces-election-dates-2014355402213428.html। আহৰণ কৰা হৈছে: 14 March 2014. 
  8. "39% of first-time voters back BJP, only 19% vote for Congress". Dnaindia.com (2013-10-22). http://www.dnaindia.com/india/report-39-of-first-time-voters-back-bjp-only-19-vote-for-congress-1989537। আহৰণ কৰা হৈছে: 2014-05-21. 
  9. 9.0 9.1 9.2 "Election 2014 live blog". http://indiatoday.intoday.in/story/live-lok-sabha-elections-result-2014/1/361949.html। আহৰণ কৰা হৈছে: 16 May 2014. 
  10. "Terms of Houses, Election Commission of India". http://eci.nic.in/eci_main1/terms_of_houses.aspx। আহৰণ কৰা হৈছে: 10 June 2013. 
  11. Election results 2014: India places its faith in Moditva - The Times of India. Timesofindia.indiatimes.com (2014-05-17). Retrieved on 2014-05-21.
  12. "Partywise Trends & Result". Archived from the original on 18 December 2014. https://web.archive.org/web/20141218160549/http://eciresults.nic.in/। আহৰণ কৰা হৈছে: 17 May 2014. 
  13. Modi's Next Moves The Wall Street Journal, May 18, 2014
  14. Exit polls results only after 6.30 PM on May 12: Election Commission India Today
  15. 15.0 15.1 15.2 15.3 15.4 15.5 15.6 Lok Sabha Exit Polls India Today
  16. India Today Group-Cicero post-poll result: Modi set to be India's next PM India Today
  17. Lok Sabha 2014 – Exit Poll Archived 2014-05-15 at the Wayback Machine Today's Chanakya
  18. ABP NEWS – NIELSEN EXIT POLL 2014 ABP News
  19. "Lok Sabha Exit and Post Poll – Methodology". NDTV India. 14 May 2014. http://www.ndtv.com/elections/article/election-2014/lok-sabha-exit-and-post-poll-methodology-524084। আহৰণ কৰা হৈছে: 15 May 2014. 
  20. "Watch NDTV Exit Poll: BJP and Allies Cross Half-Way Mark, Congress in Double Digits". NDTV India. 14 May 2014. http://www.ndtv.com/elections/live-blog/show/battleground-2014-524253। আহৰণ কৰা হৈছে: 15 May 2014. 
  21. "ALL INDIA Result Status". ELECTION COMMISSION OF INDIA. Archived from the original on 15 December 2013. https://web.archive.org/web/20131215221429/http://eciresults.ap.nic.in/। আহৰণ কৰা হৈছে: 16 May 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]