সমললৈ যাওক

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
# নাম চিত্ৰ কাৰ্যভাৰ গ্ৰহণ কাৰ্যভাৰ সমাপ্তি উপ ৰাষ্ট্ৰপতি টোকা
ৰাজেন্দ্ৰ প্ৰসাদ২৬ জানুৱাৰী ১৯৫০১৩ মে ১৯৬২সৰ্বপল্লী ৰাধাকৃষ্ণন
সৰ্বপল্লী ৰাধাকৃষ্ণন১৩ মে ১৯৬২১৩ মে ১৯৬৭জাকিৰ হুছেইন
জাকিৰ হুছেইন১৩ মে ১৯৬৭৩ মে ১৯৬৯বৰাহগিৰি ভেংকট গিৰি
-বৰাহগিৰি ভেংকট গিৰি৩ মে ১৯৬৯২০ জুলাই ১৯৬৯কাৰ্যবাহী ৰাষ্ট্ৰপতি
-মহম্মদ হিদায়তুল্লাহ২০ জুলাই ১৯৬৯২৪ আগষ্ট ১৯৬৯কাৰ্যবাহী ৰাষ্ট্ৰপতি
বৰাহগিৰি ভেংকট গিৰি২৪ আগষ্ট ১৯৬৯২৪ আগষ্ট ১৯৭৪বৰাহগিৰি ভেংকট গিৰি
ফখৰুদ্দিন আলি আহমেদ২৪ আগষ্ট ১৯৭৪১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭বাছাপ্পা দানাপ্পা জাত্তি
-বাছাপ্পা দানাপ্পা জাত্তি১১ ফ্ৰেব্ৰুৱাৰী ১৯৭৭২৫ জুলাই ১৯৭৭কাৰ্যবাহী ৰাষ্ট্ৰপতি
নীলম সঞ্জীৱ ৰেড্ডি২৫ জুলাই ১৯৭৭২৫ জুলাই ১৯৮২মহম্মদ হিদায়ত উল্লাহ
জাইল সিং২৫ জুলাই ১৯৮২২৫ জুলাই ১৯৯২ৰামাস্বামী ভেঙ্কটৰমন
ৰামাস্বামী ভেঙ্কটৰমন২৫ জুলাই ১৯৯২২৫ জুলাই ১৯৯৭শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা২৫ জুলাই ১৯৯২২৫ জুলাই ১৯৯৭কে আৰ নাৰায়ণন
১০কে আৰ নাৰায়ণন২৫ জুলাই ১৯৯৭২৫ জুলাই ২০০২কৃষণ কান্ত
১১এ পি জে আব্দুল কালাম২৫ জুলাই ২০০২২৫ জুলাই ২০০৭ভৈৰণ সিং সেখৱত
১২প্ৰতিভা দেৱী সিং পাটিল২৫ জুলাই ২০০৭২৫ জুলাই ২০১২মঃ হামিদ আনছাৰী
১৩প্ৰণৱ মুখাৰ্জী২৫ জুলাই ২০১২২৫ জুলাই ২০১৭মঃ হামিদ আনছাৰী
১৪ৰাম নাথ কোৱিন্দ২৫ জুলাই ২০১৭২৫ জুলাই, ২০২২ভেংকেয়া নাইডু
১৫দ্ৰৌপদী মূৰ্মু ২৫ জুলাই ২০২২বৰ্তমানজগদীশ ধনখড়

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]