সমললৈ যাওক

২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯ৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯
ভাৰত
২০১৪ 
১১ এপ্ৰিল- ১৯ মে’
 ২০২৪

লোক সভাৰ ৫৪৩ খন আসন
সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
  প্ৰথম দল দ্বিতীয় দল
 
নেতা নৰেন্দ্ৰ মোদীৰাহুল গান্ধী
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ
নেতা হৈছে ১৩ ছেপ্টেম্বৰ ২০১৩১১ ডিচেম্বৰ ২০১৭
নেতাৰ আসন বাৰানসীআমেথি লোকসভা সমষ্টি
বিগত নিৰ্বাচন ২৮২৪৪


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদী
বিজেপি

নিৰ্বাচিত প্ৰধান মন্ত্ৰী

নৰেন্দ্ৰ মোদী
বিজেপি

২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন সপ্তদশ লোকসভা গঠন কৰাৰ উদ্দেশ্যে ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ সাতটা স্তৰত অনুষ্ঠিত হয়। ভোটগণনা হয় ২৩ মে’ত।[1][2][3] লোকসভা নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্য- অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা আৰু চিক্কিমৰ বিধানসভা নিৰ্বাচনো একেলগে অনুষ্ঠিত হয়।[4]

নিৰ্বাচন সূচী

[সম্পাদনা কৰক]
নিৰ্বাচনৰ সময়সূচী
স্তৰতাৰিখলোকসভা সমষ্টিৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যাৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল
১১ এপ্ৰিল৯১২০অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, উৰিষ্যা, চিক্কিম, তেলেঙ্গানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বঙ্গ, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ
১৮ এপ্ৰিল৯৭১৩অসম, বিহাৰ, ছট্টিশগড়, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, পুদুচেৰী
২৩ এপ্ৰিল১১৫১৪অসম, বিহাৰ, ছট্টিশগড়, গুজৰাট, গোৱা,জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দাদৰ আৰু নগৰহাৱেলী, দমন আৰু দিউ
২৯ এপ্ৰিল৭১বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ
৬ মে’৫১বিহাৰ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ
১২ মে’৫৯বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বঙ্গ, দিল্লী
১৯ মে’৫৯বিহাৰ, হিমাচল, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, পঞ্জাব, পশ্চিম বঙ্গ, ছট্টিশগড়, উত্তৰ প্ৰদেশ

তথ্য উৎস

[সম্পাদনা কৰক]