নাৰায়ণ চন্দ্ৰ বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নাৰায়ণ চন্দ্ৰ বৰকটকী
লোকসভাৰ সাংসদ
সমষ্টি মঙলদৈ লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম এপ্ৰিল ১ , ১৯৪৩
শিৱসাগৰ, অসম
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
দাম্পত্যসঙ্গী আভা বৰকটকী
সন্তান ২ কন্যা
বাসস্থান গুৱাহাটী
As of September 25, 2006
Source: [1]

নাৰায়ণ চন্দ্ৰ বৰকটকী (জন্ম ১ এপ্ৰিল ১৯৪৩) ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ এগৰাকী সাংসদ আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০০৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা চতুৰ্দশ লোকসভালৈ নিৰ্বাচিত হৈছিল।

ইয়াৰ আগেয়ে বৰকটকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]