সমললৈ যাওক

অসম চৰকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম চৰকাৰ
মুখ্য চৰকাৰী কাৰ্যালয় দিশপুৰ
কাৰ্যবাহী
ৰাজ্যপাল লক্ষ্মণ আচাৰ্য[1]
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা[2]
বিধান সভা
সদন
অধ্যক্ষ বিশ্বজিৎ দৈমাৰী[3]
উপাধ্যক্ষ নোমল মোমিন
সদনৰ সদস্যবৃন্দ ১২৬
ন্যায়পালিকা
উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়
মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ[4]

অসম চৰকাৰ ভাৰতবৰ্ষঅসম ৰাজ্য আৰু ইয়াৰ ৩৫খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। লক্ষ্মণ আচাৰ্য হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল।[1] আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা[2] অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।

মন্ত্ৰীসকল

[সম্পাদনা কৰক]

১০ মে', ২০২১ ত শপত গ্ৰহণ কৰা মন্ত্ৰীসকল:[5]

মন্ত্ৰী বিভাগ সমষ্টি জিলা দল
হিমন্ত বিশ্ব শৰ্মামুখ্যমন্ত্ৰী, গৃহ, কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু বিতৰণ নকৰা অন্যান্য বিভাগসমূহজালুকবাৰীকামৰূপ মহানগৰভাৰতীয় জনতা পাৰ্টি
অশোক সিংঘালজলসিঞ্চন, নগৰ উন্নয়ন, গুৱাহাটী উন্নয়নঢেঁকীয়াজুলিশোণিতপুৰভাৰতীয় জনতা পাৰ্টি
অতুল বৰাকৃষি, উদ্যান বিদ্যা আৰু খাদ্য সংসাদন; পশুপালন আৰু পশু চিকিৎসা; সীমান্ত অঞ্চল উন্নয়ন আৰু অসম চুক্তি ৰূপায়নবোকাখাটগোলাঘাটঅসম গণ পৰিষদ
অজন্তা নেওগবিত্ত, সমাজ কল্যাণগোলাঘাটগোলাঘাটভাৰতীয় জনতা পাৰ্টি
ৰণজিৎ কুমাৰ দাসপঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য আৰু কাৰিকৰী, খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমাপাটছাৰকুছিবজালীভাৰতীয় জনতা পাৰ্টি
পৰিমল শুক্লবৈদ্যপৰিবেশ আৰু বন, মীন আৰু আবকাৰী উৎপাদন শুল্কধলাইকাছাৰভাৰতীয় জনতা পাৰ্টি
কেশৱ মহন্তস্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য আৰু প্ৰযুক্তি বিভাগকলিয়াবৰনগাঁওঅসম গণ পৰিষদ
সঞ্জয় কিষানশ্ৰম আৰু নিয়োগ, চাহ জনজাতি উন্নয়ন বিভাগতিনিচুকীয়াতিনিচুকীয়াভাৰতীয় জনতা পাৰ্টি
চন্দ্ৰমোহন পাটোৱাৰীবাণিজ্য আৰু উদ্যোগ, পৰিবহণ, দক্ষতা উন্নয়ন আৰু সংখ্যালঘু উন্নয়নধৰ্মপুৰনলবাৰীভাৰতীয় জনতা পাৰ্টি
১০উৰ্খাউ গৌড়া ব্ৰহ্মহস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্প, ভূমি সংৰক্ষণ, সমতলৰ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ (বিটিচি)চাপগুৰিকোকৰাঝাৰইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
১১ৰণোজ পেগুশিক্ষা(উচ্চ মাধ্যমিক, প্ৰাথমিক), সমতলৰ জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ (বিটিচিৰ বাহিৰৰ)ধেমাজিধেমাজিভাৰতীয় জনতা পাৰ্টি
১২পীযুষ হাজৰিকাজল সম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমাজাগীৰোডমৰিগাঁওভাৰতীয় জনতা পাৰ্টি
১৩যোগেন মোহনৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন, খনিমাহমৰাচৰাইদেউভাৰতীয় জনতা পাৰ্টি
১৪বিমল বৰাক্ৰীড়া যুৱ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা, শক্তি, পৰ্য্যটনটিংখংডিব্ৰুগড়ভাৰতীয় জনতা পাৰ্টি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]